വിശുദ്ധ ഖുർആൻ പരിഭാഷ - വിശുദ്ധ ഖുർആൻ വ്യാഖ്യാന സംഗ്രഹത്തിന്റെ ആസമീസ് പരിഭാഷ

external-link copy
17 : 34

ذٰلِكَ جَزَیْنٰهُمْ بِمَا كَفَرُوْا ؕ— وَهَلْ نُجٰزِیْۤ اِلَّا الْكَفُوْرَ ۟

এই পৰিৱৰ্তনৰ মূল কাৰণ হৈছে, সিহঁতে কুফৰী কৰিছিল আৰু নিয়ামতসমূহৰ পৰা বিমুখ হৈ অকৃতজ্ঞ হৈছিল। এই কঠিন শাস্তি আমি কেৱল সেইসকল লোকক প্ৰদান কৰোঁ, যিসকলে আল্লাহৰ নিয়ামতসমূহক অস্বীকাৰ কৰে আৰু তেওঁৰ সৈতে কুফৰী কৰে। info
التفاسير:
ഈ പേജിലെ ആയത്തുകളിൽ നിന്നുള്ള പാഠങ്ങൾ:
• الشكر يحفظ النعم، والجحود يسبب سلبها.
কৃতজ্ঞতাৰ ফলত নিয়ামত সুৰক্ষিত থাকে। আনহাতে অকৃতজ্ঞতা নিয়ামত কাঢ়ি লোৱাৰ কাৰণ হৈ পৰে। info

• الأمن من أعظم النعم التي يمتنّ الله بها على العباد.
আল্লাহে বান্দাসকলৰ প্ৰতি কৰা নিয়ামতসমূহৰ অন্যতম এটা ডাঙৰ নিয়ামত হৈছে নিৰাপত্তা তথা শান্তি। info

• الإيمان الصحيح يعصم من اتباع إغواء الشيطان بإذن الله.
সঠিক ঈমানে, আল্লাহৰ অনুমতিত চয়তানৰ অনুসৰণৰ পৰা বিৰত ৰাখে। info

• ظهور إبطال أسباب الشرك ومداخله كالزعم بأن للأصنام مُلْكًا أو مشاركة لله، أو إعانة أو شفاعة عند الله.
শ্বিৰ্ক সম্পৰ্কীয় সকলো যুক্তি খণ্ডন কৰা তথা ইয়াত প্ৰৱেশ কৰা দুৱাৰসমূহ বন্ধ কৰি দিয়া। উদাহৰণস্বৰূপে এই ধাৰণা পোষণ কৰা যে, মূৰ্ত্তিবোৰৰো ক্ষমতা আছে অথবা আল্লাহৰ লগত অংশীদাৰিত্ব আছে নাইবা সেইবোৰ হৈছে সহায়ক আৰু আল্লাহৰ ওচৰত মধ্যস্থতাকাৰী। info