വിശുദ്ധ ഖുർആൻ പരിഭാഷ - വിശുദ്ധ ഖുർആൻ വ്യാഖ്യാന സംഗ്രഹത്തിന്റെ ആസമീസ് പരിഭാഷ

external-link copy
42 : 33

وَّسَبِّحُوْهُ بُكْرَةً وَّاَصِیْلًا ۟

তথা পুৱা-গধূলি তছবীহ আৰু তাহলীলৰ দ্বাৰা তেওঁৰ পৱিত্ৰতাৰ গুণগান কৰা, কিয়নো এই দুয়োটা সময় অতি গুৰুত্বপূৰ্ণ। info
التفاسير:
ഈ പേജിലെ ആയത്തുകളിൽ നിന്നുള്ള പാഠങ്ങൾ:
• وجوب استسلام المؤمن لحكم الله والانقياد له.
আল্লাহৰ সিদ্ধান্তৰ সন্মুখত মুমিনসকলে আত্মসমৰ্পন কৰা তথা নত স্বীকাৰ কৰা অনিবাৰ্য। info

• اطلاع الله على ما في النفوس.
আল্লাহ অন্তৰৰ কথা সম্পৰ্কেও অৱগত। info

• من مناقب أم المؤمنين زينب بنت جحش: أنْ زوّجها الله من فوق سبع سماوات.
উম্মুল মুমিনীন জয়নব বিনতে জাহাশ্ব ৰাদ্বিয়াল্লাহু আনহাৰ অন্যতম বৈশিষ্ট্য হৈছে এই যে, আল্লাহে তেওঁৰ বিবাহ সপ্তম আকাশৰ ওপৰত সম্পাদন কৰিছে। info

• فضل ذكر الله، خاصة وقت الصباح والمساء.
বিশেষকৈ পুৱা-গধূলি আল্লাহক স্মৰণ কৰাৰ গুৰুত্ব। info