വിശുദ്ധ ഖുർആൻ പരിഭാഷ - വിശുദ്ധ ഖുർആൻ വ്യാഖ്യാന സംഗ്രഹത്തിന്റെ ആസമീസ് പരിഭാഷ

external-link copy
31 : 33

وَمَنْ یَّقْنُتْ مِنْكُنَّ لِلّٰهِ وَرَسُوْلِهٖ وَتَعْمَلْ صَالِحًا نُّؤْتِهَاۤ اَجْرَهَا مَرَّتَیْنِ ۙ— وَاَعْتَدْنَا لَهَا رِزْقًا كَرِیْمًا ۟

তোমালোকৰ মাজৰ যিয়ে নিয়মিতভাৱে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ আনুগত্য কৰিব, লগতে আল্লাহক সন্তুষ্টি কৰিব পৰা সৎকৰ্ম কৰিব, আমি তেওঁক আন আন নাৰীসকলৰ তুলনাত দ্বিগুণ ছোৱাব প্ৰদান কৰিম। আমি তেওঁৰ বাবে আখিৰাতত প্ৰস্তুত কৰি ৰাখিছোঁ মহাপ্ৰতিদান, অৰ্থাৎ জান্নাত। info
التفاسير:
ഈ പേജിലെ ആയത്തുകളിൽ നിന്നുള്ള പാഠങ്ങൾ:
• من توجيهات القرآن للمرأة المسلمة: النهي عن الخضوع بالقول، والأمر بالمكث في البيوت إلا لحاجة، والنهي عن التبرج.
পৱিত্ৰ কোৰআনত মুছলিম নাৰীসকলক যিবোৰ উপদেশ দিয়া হৈছে, তাৰে অন্যতম হৈছেঃ পৰপুৰুষৰ সৈতে আকৰ্ষিত সুৰত কথা কোৱো নিষিদ্ধ, প্ৰয়োজন অবিহনে ঘৰৰ পৰা নোলোৱাৰ আদেশ, লগতে বেপৰ্দা হৈ ওলোৱা নিষিদ্ধ। info

• فضل أهل بيت رسول الله صلى الله عليه وسلم، وأزواجُه من أهل بيته.
নবী পৰিয়ালৰ গুৰুত্ব। নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ স্ত্ৰীসকলো তেওঁৰ পৰিয়ালৰ অন্তৰ্ভুক্ত। info

• مبدأ التساوي بين الرجال والنساء قائم في العمل والجزاء إلا ما استثناه الشرع لكل منهما.
নাৰী-পুৰুষসকলৰ সমাধিকাৰৰ বৰ্ণনা, কৰ্ম আৰু প্ৰতিদান উভয় ক্ষেত্ৰতে তেওঁলোক সমান মৰ্যাদাৰ অধিকাৰী। যদিও চৰীয়তে কিছুমান ক্ষেত্ৰত তেওঁলোকক পৃথকে পৃথকে আদেশ দিছে। info