വിശുദ്ധ ഖുർആൻ പരിഭാഷ - വിശുദ്ധ ഖുർആൻ വ്യാഖ്യാന സംഗ്രഹത്തിന്റെ ആസമീസ് പരിഭാഷ

external-link copy
81 : 28

فَخَسَفْنَا بِهٖ وَبِدَارِهِ الْاَرْضَ ۫— فَمَا كَانَ لَهٗ مِنْ فِئَةٍ یَّنْصُرُوْنَهٗ مِنْ دُوْنِ اللّٰهِ ؗۗ— وَمَا كَانَ مِنَ الْمُنْتَصِرِیْنَ ۟

ফলত আমি তাৰ স্বৈৰাচাৰীতাৰ প্ৰতিশোধ স্বৰূপে তাক আৰু তাৰ ঘৰসহ, লগতে তাত থকা সা-সামগ্ৰীসহ মাটিৰ তলত বিলীন কৰি দিছিলোঁ। আল্লাহৰ বাহিৰে তাক সহায় কৰিবলৈ তাৰ ওচৰত কোনো জনবল নাছিল। আনকি সি নিজেও নিজৰ সহায় কৰিবলৈ সক্ষম নাছিল। info
التفاسير:
ഈ പേജിലെ ആയത്തുകളിൽ നിന്നുള്ള പാഠങ്ങൾ:
• كل ما في الإنسان من خير ونِعَم، فهو من الله خلقًا وتقديرًا.
মানুহৰ ওচৰত থকা সকলো কল্যাণ আৰু নিয়ামতবোৰ হৈছে আল্লাহ প্ৰদত্ত। তেৱেঁই এইবোৰ সৃষ্টি কৰিছে আৰু মানুহৰ বাবে নিৰ্ধাৰণ কৰিছে। info

• أهل العلم هم أهل الحكمة والنجاة من الفتن؛ لأن العلم يوجه صاحبه إلى الصواب.
প্ৰকৃত জ্ঞানীসকলেই হৈছে প্ৰজ্ঞাৱান, তথা তেওঁলোকেই ফিতনাৰ পৰা সুৰক্ষিত। কাৰণ জ্ঞানে মানুহক সঠিক পথ দেখুৱায়। info

• العلو والكبر في الأرض ونشر الفساد عاقبته الهلاك والخسران.
পৃথিৱীত স্বৈৰাচাৰীতা, অহংকাৰ আৰু উপদ্ৰৱ সৃষ্টি কৰা আৰু উৎপাত কৰা লোকসকলৰ শেষ পৰিণতি হৈছে ধ্বংস তথা বিনাশ। info

• سعة رحمة الله وعدله بمضاعفة الحسنات للمؤمن وعدم مضاعفة السيئات للكافر.
আল্লাহে তেওঁৰ অসীম কৃপা ন্যায়পৰায়ণতাৰ কাৰণে মুমিনসকলক তেওঁলোকৰ ছোৱাব বৃদ্ধি কৰি দিয়ে; কিন্তু কাফিৰসকলক সিহঁতৰ পাপকৰ্মৰ গুনাহ বৃদ্ধি কৰি নিদিয়ে। info