വിശുദ്ധ ഖുർആൻ പരിഭാഷ - വിശുദ്ധ ഖുർആൻ വ്യാഖ്യാന സംഗ്രഹത്തിന്റെ ആസമീസ് പരിഭാഷ

external-link copy
22 : 28

وَلَمَّا تَوَجَّهَ تِلْقَآءَ مَدْیَنَ قَالَ عَسٰی رَبِّیْۤ اَنْ یَّهْدِیَنِیْ سَوَآءَ السَّبِیْلِ ۟

যেতিয়া তেওঁ মাদিয়ান অভিমুখে যাত্ৰা আৰম্ভ কৰিলে, তেতিয়া তেওঁ ক’লেঃ আশা কৰোঁ মোৰ প্ৰতিপালকে মোক উত্তম পথ দেখুৱাব, যাতে পথ হেৰুৱাই নাযাওঁ। info
التفاسير:
ഈ പേജിലെ ആയത്തുകളിൽ നിന്നുള്ള പാഠങ്ങൾ:
• الالتجاء إلى الله طريق النجاة في الدنيا والآخرة.
পৃথিৱী আৰু আখিৰাতত মুক্তি লাভ কৰাৰ অন্যতম পথ হৈছে আল্লাহৰ ওচৰত কাকুতি-মিনতি কৰি প্ৰাৰ্থনা কৰা। info

• حياء المرأة المسلمة سبب كرامتها وعلو شأنها.
মুছলিম নাৰীৰ লজ্জাবোধে তেওঁলোকৰ সন্মান আৰু প্ৰতিষ্ঠা বৃদ্ধি কৰে। info

• مشاركة المرأة بالرأي، واعتماد رأيها إن كان صوابًا أمر محمود.
নাৰীসকলেও পৰামৰ্শত অংশগ্ৰহণ কৰিব পাৰে। যদি সিহঁতৰ পৰামৰ্শ সঠিক বুলি বিবেচিত হয় তেন্তে তেনে পৰামৰ্শ মতে আমল কৰা উচিত। info

• القوة والأمانة صفتا المسؤول الناجح.
দায়িত্বশীল ব্যক্তিৰ দুটা অন্যতম বৈশিষ্ট্য হৈছে, শক্তিশালী হোৱা আৰু বিশ্বস্ত হোৱা। info

• جواز أن يكون المهر منفعة.
উপকাৰী বিষয়কো মোহৰ হিচাপে গ্ৰহণ কৰা বৈধ। info