വിശുദ്ധ ഖുർആൻ പരിഭാഷ - വിശുദ്ധ ഖുർആൻ വ്യാഖ്യാന സംഗ്രഹത്തിന്റെ ആസമീസ് പരിഭാഷ

external-link copy
55 : 27

اَىِٕنَّكُمْ لَتَاْتُوْنَ الرِّجَالَ شَهْوَةً مِّنْ دُوْنِ النِّسَآءِ ؕ— بَلْ اَنْتُمْ قَوْمٌ تَجْهَلُوْنَ ۟

তোমালোকে নিজৰ কামভাৱ পূৰণৰ বাবে, নিজৰ স্ত্ৰীক এৰি পুৰুষৰ ওচৰলৈ কিয় যোৱা? দৰাচলতে তোমালোকৰ সন্মানৰ প্ৰতিও কোনো ভ্ৰূক্ষেপ নাই আৰু সন্তান-সন্ততিৰ প্ৰতিও নাই। বৰং তোমালোকৰ একমাত্ৰ উদ্দেশ্য হৈছে পশুৰ দৰে যৌনতাৰ চাহিদা পূৰণ কৰা। প্ৰকৃততে তোমালোক ঈমান, পৱিত্ৰতা তথা পাপকৰ্মৰ পৰা বিৰত থকা বিষয়বোৰৰ পৰা অনভিজ্ঞ। info
التفاسير:
ഈ പേജിലെ ആയത്തുകളിൽ നിന്നുള്ള പാഠങ്ങൾ:
• الاستغفار من المعاصي سبب لرحمة الله.
গুনাহৰ পৰা ক্ষমা প্ৰাৰ্থনা কৰাটো হৈছে আল্লাহৰ ৰহমতৰ কাৰণ। info

• التشاؤم بالأشخاص والأشياء ليس من صفات المؤمنين.
ব্যক্তি তথা কোনো বস্তুৰ দ্বাৰা মঙ্গল অমঙ্গল নিৰ্ণয় কৰাটো মুমিনসকলৰ বৈশিষ্ট্য নহয়। info

• عاقبة التمالؤ على الشر والمكر بأهل الحق سيئة.
সত্যবাদীসকলৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰা আৰু তেওঁলোকক অনিষ্ট কৰাৰ বেয়া পৰিণাম। info

• إعلان المنكر أقبح من الاستتار به.
গোপনে কৰা গুনাহৰ তুলনাত প্ৰকাশ্যভাৱে কৰা গুনাহৰ পৰিণাম অধিক বেয়া। info

• الإنكار على أهل الفسوق والفجور واجب.
পাপিষ্ঠ তথা অঘৱন্ত লোকৰ নিন্দা কৰা অতি আৱশ্যক। info