വിശുദ്ധ ഖുർആൻ പരിഭാഷ - വിശുദ്ധ ഖുർആൻ വ്യാഖ്യാന സംഗ്രഹത്തിന്റെ ആസമീസ് പരിഭാഷ

external-link copy
48 : 27

وَكَانَ فِی الْمَدِیْنَةِ تِسْعَةُ رَهْطٍ یُّفْسِدُوْنَ فِی الْاَرْضِ وَلَا یُصْلِحُوْنَ ۟

ইপিনে হিজৰ নামৰ নগৰখনত ন জনীয়া এটা দল আছিল। যিসকলে পৃথিৱীত কুফৰ আৰু পাপকৰ্মৰ জৰিয়তে উপদ্ৰৱ কৰিছিল। ঈমান তথা সৎকৰ্মৰ দ্বাৰা সিহঁতে সংশোধন হোৱাও নাছিল আৰু কৰাও নাছিল। info
التفاسير:
ഈ പേജിലെ ആയത്തുകളിൽ നിന്നുള്ള പാഠങ്ങൾ:
• الاستغفار من المعاصي سبب لرحمة الله.
গুনাহৰ পৰা ক্ষমা প্ৰাৰ্থনা কৰাটো হৈছে আল্লাহৰ ৰহমতৰ কাৰণ। info

• التشاؤم بالأشخاص والأشياء ليس من صفات المؤمنين.
ব্যক্তি তথা কোনো বস্তুৰ দ্বাৰা মঙ্গল অমঙ্গল নিৰ্ণয় কৰাটো মুমিনসকলৰ বৈশিষ্ট্য নহয়। info

• عاقبة التمالؤ على الشر والمكر بأهل الحق سيئة.
সত্যবাদীসকলৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰা আৰু তেওঁলোকক অনিষ্ট কৰাৰ বেয়া পৰিণাম। info

• إعلان المنكر أقبح من الاستتار به.
গোপনে কৰা গুনাহৰ তুলনাত প্ৰকাশ্যভাৱে কৰা গুনাহৰ পৰিণাম অধিক বেয়া। info

• الإنكار على أهل الفسوق والفجور واجب.
পাপিষ্ঠ তথা অঘৱন্ত লোকৰ নিন্দা কৰা অতি আৱশ্যক। info