വിശുദ്ധ ഖുർആൻ പരിഭാഷ - വിശുദ്ധ ഖുർആൻ വ്യാഖ്യാന സംഗ്രഹത്തിന്റെ ആസമീസ് പരിഭാഷ

external-link copy
17 : 27

وَحُشِرَ لِسُلَیْمٰنَ جُنُوْدُهٗ مِنَ الْجِنِّ وَالْاِنْسِ وَالطَّیْرِ فَهُمْ یُوْزَعُوْنَ ۟

মানৱ, জ্বিন আৰু চৰাই-চিৰিকটিৰ সেনাবাহিনীক ছুলাইমান আলাইহিচ্ছালামৰ সন্মুখত একত্ৰিত কৰা হ’ল। তাৰ পিছত শৃঙ্খলাবদ্ধ হিচাপে সেইবোৰক অভিযানত লৈ যোৱাৰ বাবে প্ৰস্তুতি লোৱা হ’ল। info
التفاسير:
ഈ പേജിലെ ആയത്തുകളിൽ നിന്നുള്ള പാഠങ്ങൾ:
• التبسم ضحك أهل الوقار.
মিচিকিয়া হাঁহি হৈছে মৰ্যাদাৱান লোকৰ হাঁহি। info

• شكر النعم أدب الأنبياء والصالحين مع ربهم.
নিয়ামতৰ বাবে নিজ প্ৰতিপালকৰ কৃতজ্ঞতা জ্ঞাপন কৰাটো হৈছে নবী আৰু সৎকৰ্মশীল লোকসকলৰ বৈশিষ্ট্য। info

• الاعتذار عن أهل الصلاح بظهر الغيب.
সৎকৰ্মশীল লোকৰ অনুপস্থিতিক ক্ষমা কৰা উচিত। info

• سياسة الرعية بإيقاع العقاب على من يستحقه، وقبول عذر أصحاب الأعذار.
জনসাধাৰণৰ মাজত শাসন ব্যৱস্থা বজায় ৰাখিবলৈ, অপৰাধীক শাস্তি দিয়া আৰু উপযুক্ত কাৰণত নিয়ম উলঙ্ঘা কৰা ব্যক্তিক ক্ষমা কৰি দিয়া উচিত। info

• قد يوجد من العلم عند الأصاغر ما لا يوجد عند الأكابر.
কেতিয়াবা কেতিয়াবা জ্ঞানৰ কিছুমান কথা সৰু মানুহৰ ওচৰতো পোৱা যায়, যিবোৰ ডাঙৰ মানুহৰ ওচৰত নাথাকে। info