വിശുദ്ധ ഖുർആൻ പരിഭാഷ - വിശുദ്ധ ഖുർആൻ വ്യാഖ്യാന സംഗ്രഹത്തിന്റെ ആസമീസ് പരിഭാഷ

external-link copy
60 : 25

وَاِذَا قِیْلَ لَهُمُ اسْجُدُوْا لِلرَّحْمٰنِ ۚ— قَالُوْا وَمَا الرَّحْمٰنُ ۗ— اَنَسْجُدُ لِمَا تَاْمُرُنَا وَزَادَهُمْ نُفُوْرًا ۟

এতেকে, যেতিয়া কাফিৰসকলক কোৱা হয় যে, ৰহমানক ছাজদাহ কৰা, তেতিয়া সিহঁতে কয়ঃ “আমি ৰহমানক ছাজদাহ নকৰোঁ”। লগতে কয়ঃ “ৰহমান কোন? আমি তেওঁক চিনিও নাপাওঁ আৰু তেওঁক স্বীকাৰো নকৰো। তুমি আমাক এনেকুৱা সত্ত্বাক ছাজদাহ কৰিবলৈ কৈ আছা নেকি, যাক আমি চিনিয়ে নাপাওঁ?” ছাজদাৰ এই আদেশে সিহঁতক আল্লাহৰ প্ৰতি ঈমানৰ পৰা আৰু অধিক আঁতৰ কৰিলে। info
التفاسير:
ഈ പേജിലെ ആയത്തുകളിൽ നിന്നുള്ള പാഠങ്ങൾ:
• الداعي إلى الله لا يطلب الجزاء من الناس.
আল্লাহৰ প্ৰতি আহ্বানকাৰী ব্যক্তিয়ে কেতিয়াও মানুহৰ পৰা পাৰিশ্ৰমিক দাবী নকৰে। info

• ثبوت صفة الاستواء لله بما يليق به سبحانه وتعالى.
আল্লাহৰ বাবে ইস্তিৱা বৈশিষ্ট্যৰ প্ৰমাণ। যিদৰে তেওঁৰ পৱিত্ৰ আৰু সৰ্বোচ্চ সত্ত্বাৰ বাবে উপযুক্ত। info

• أن الرحمن اسم من أسماء الله لا يشاركه فيه أحد قط، دال على صفة من صفاته وهي الرحمة.
ৰহমান হৈছে আল্লাহৰ নামসমূহৰ অন্যতম এটা নাম। এই বিষয়ত কোনেও তেওঁৰ অংশীদাৰ নহয়। ইয়াৰ দ্বাৰা আল্লাহৰ এটা গুণ প্ৰমাণিত হয়, সেইটো হৈছে ৰহমত তথা দয়া। info

• إعانة العبد بتعاقب الليل والنهار على تدارُكِ ما فاتَهُ من الطاعة في أحدهما.
ৰাতি আৰু দিনৰ আহ্নিক গতিৰ উদ্দেশ্য হৈছে, বান্দাসকলক সুবিধা প্ৰদান কৰা। এই দুটাৰ যিকোনো এটাত যদি বান্দাৰ কোনো নেক আমল এৰি যায়, তেন্তে সেইটো যাতে দ্বিতীয়টোত কৰি লব পাৰে। info

• من صفات عباد الرحمن التواضع والحلم، وطاعة الله عند غفلة الناس، والخوف من الله، والتزام التوسط في الإنفاق وفي غيره من الأمور.
বিনম্ৰতা, সহনশীলতা, মানুহৰ অমনোযোগিতাৰ সময়ত আল্লাহৰ ইবাদত কৰা, আল্লাহক ভয় কৰা, তথা ব্যয় কৰাৰ সময়ত মধ্যম পন্থা অৱলম্বন কৰা আদি হৈছে আল্লাহৰ গুণগ্ৰাহী বান্দাসকলৰ বৈশিষ্ট্য। info