വിശുദ്ധ ഖുർആൻ പരിഭാഷ - വിശുദ്ധ ഖുർആൻ വ്യാഖ്യാന സംഗ്രഹത്തിന്റെ ആസമീസ് പരിഭാഷ

external-link copy
29 : 25

لَقَدْ اَضَلَّنِیْ عَنِ الذِّكْرِ بَعْدَ اِذْ جَآءَنِیْ ؕ— وَكَانَ الشَّیْطٰنُ لِلْاِنْسَانِ خَذُوْلًا ۟

মোৰ এই কাফিৰ বন্ধুজনে মোক কোৰআন সম্পৰ্কে বিভ্ৰান্ত কৰিছিল, অথচ ৰাছুলৰ দ্বাৰা সেইখন মোৰ ওচৰলৈ আহিছিল। নিশ্চয় চয়তানে মানুহক অধিক প্ৰৱঞ্চনা কৰে। যেতিয়াই কোনো বিপদ-আপদ আহে তেতিয়াই সম্পৰ্কচ্ছেদ কৰি পলায়ন কৰে। info
التفاسير:
ഈ പേജിലെ ആയത്തുകളിൽ നിന്നുള്ള പാഠങ്ങൾ:
• الكفر مانع من قبول الأعمال الصالحة.
সৎকৰ্ম কবূল হোৱাৰ ক্ষেত্ৰত কুফৰ হৈছে বাধাস্বৰূপ। info

• خطر قرناء السوء.
বেয়া সংস্পৰ্শৰ ভয়াৱহতা। info

• ضرر هجر القرآن.
কোৰআন পৰিত্যাগ কৰাৰ ক্ষতি। info

• من حِكَمِ تنزيل القرآن مُفَرّقًا طمأنة النبي صلى الله عليه وسلم وتيسير فهمه وحفظه والعمل به.
কোৰআনখনক সময়ে সময়ে অলপ অলপকৈ অৱতীৰ্ণ কৰাৰ এটা অন্যতম হিকমত হৈছে ইয়াৰ দ্বাৰা নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ অন্তৰ দৃঢ় কৰা, লগতে ইয়াক বুজিবলৈ সহজ কৰা আৰু মুখস্থ কৰিবলৈ আৰু আমল কৰিবলৈ সুবিধা প্ৰদান কৰা। info