വിശുദ്ധ ഖുർആൻ പരിഭാഷ - വിശുദ്ധ ഖുർആൻ വ്യാഖ്യാന സംഗ്രഹത്തിന്റെ ആസമീസ് പരിഭാഷ

external-link copy
83 : 23

لَقَدْ وُعِدْنَا نَحْنُ وَاٰبَآؤُنَا هٰذَا مِنْ قَبْلُ اِنْ هٰذَاۤ اِلَّاۤ اَسَاطِیْرُ الْاَوَّلِیْنَ ۟

মৃত্যুৰ পিছত পুনৰুত্থিত হোৱাৰ এই প্ৰতিশ্ৰুতি আমাৰ পূৰ্বপুৰুষসকলৰ লগতো কৰা হৈছিল, কিন্তু সেই প্ৰতিশ্ৰুতিক আমি পুৰণ হোৱা দেখা নাই। এইটো দৰাচলতে পূৰ্বযুগৰ মনেসজা মিছা কাহিনী। info
التفاسير:
ഈ പേജിലെ ആയത്തുകളിൽ നിന്നുള്ള പാഠങ്ങൾ:
• عدم اعتبار الكفار بالنعم أو النقم التي تقع عليهم دليل على فساد فطرهم.
কাফিৰসকলে নিয়ামত আৰু শাস্তিৰ পৰা শিক্ষা নোলোৱাৰ বিষয়টোৱে প্ৰমাণ কৰে যে, সিহঁতৰ স্বভাৱ বিকৃত হৈছে। info

• كفران النعم صفة من صفات الكفار.
নিয়ামতৰ কৃতজ্ঞতা নকৰাটো হৈছে কাফিৰসকলৰ বিশেষণ। info

• التمسك بالتقليد الأعمى يمنع من الوصول للحق.
অন্ধানুকৰণে সত্যত উপনীত হ'বলৈ বাধা হৈ থিয় দিয়ে। info

• الإقرار بالربوبية ما لم يصحبه إقرار بالألوهية لا ينجي صاحبه.
আল্লাহৰ প্ৰভুত্বক স্বীকাৰ কৰিলেই জাহান্নামৰ পৰা ৰক্ষা পোৱা সম্ভৱ নহয়, যেতিয়ালৈকে একমাত্ৰ আল্লাহক উপাস্য বুলি স্বীকাৰ নকৰিব। info