വിശുദ്ധ ഖുർആൻ പരിഭാഷ - വിശുദ്ധ ഖുർആൻ വ്യാഖ്യാന സംഗ്രഹത്തിന്റെ ആസമീസ് പരിഭാഷ

external-link copy
7 : 23

فَمَنِ ابْتَغٰی وَرَآءَ ذٰلِكَ فَاُولٰٓىِٕكَ هُمُ الْعٰدُوْنَ ۟ۚ

কিন্তু যদি কোনোবাই নিজৰ স্ত্ৰী আৰু দাসীক এৰি আন কোনো পথেৰে উপকৃত হ’ব বিচাৰে, তেন্তে তেনেকুৱা ব্যক্তিয়েই হৈছে আল্লাহে নিৰ্ধাৰণ কৰা সীমা লঙ্ঘনকাৰী। কাৰণ সি আল্লাহে হালাল কৰা যৌন-সম্ভোগৰ পথ এৰি, হাৰাম পথ অৱলম্বন কৰিছে। info
التفاسير:
ഈ പേജിലെ ആയത്തുകളിൽ നിന്നുള്ള പാഠങ്ങൾ:
• للفلاح أسباب متنوعة يحسن معرفتها والحرص عليها.
সফলতাৰ বিভিন্ন উপায় আছে। মানুহে সেইবোৰ ভালকৈ জনা উচিত আৰু সেইমতে আমল কৰাৰ আগ্ৰহ ৰখা উচিত। info

• التدرج في الخلق والشرع سُنَّة إلهية.
পৰ্যায়ক্ৰমে সৃষ্টি কৰা আৰু চৰীয়ত প্ৰণয়ন কৰাটো হৈছে আল্লাহৰ সাধাৰণ নিয়ম। info

• إحاطة علم الله بمخلوقاته.
আল্লাহৰ জ্ঞান সকলো সৃষ্টিকে পৰিবেষ্টন কৰি আছে। info