വിശുദ്ധ ഖുർആൻ പരിഭാഷ - വിശുദ്ധ ഖുർആൻ വ്യാഖ്യാന സംഗ്രഹത്തിന്റെ ആസമീസ് പരിഭാഷ

external-link copy
39 : 23

قَالَ رَبِّ انْصُرْنِیْ بِمَا كَذَّبُوْنِ ۟

তেতিয়া ৰাছুলে প্ৰাৰ্থনা কৰি ক'লেঃ হে মোৰ প্ৰতিপালক! ইহঁতৰ বিৰুদ্ধে তুমি মোক সহায় কৰা। যিহেতু ইহঁতে মোক অস্বীকাৰ কৰিছে, গতিকে তুমি ইয়াৰ প্ৰতিশোধ লোৱা। info
التفاسير:
ഈ പേജിലെ ആയത്തുകളിൽ നിന്നുള്ള പാഠങ്ങൾ:
• وجوب حمد الله على النعم.
নিয়ামতৰ বাবে আল্লাহৰ কৃতজ্ঞতা স্বীকাৰ কৰা জৰুৰী। info

• الترف في الدنيا من أسباب الغفلة أو الاستكبار عن الحق.
পাৰ্থিৱ জীৱনৰ সুখ-স্বাচ্ছন্দ হৈছে অমনোযোগীতা সৃষ্টি হোৱাৰ কাৰণ, তথা ই সত্যক অস্বীকাৰ কৰিবলৈ মানুহক উদ্বুদ্ব কৰে। info

• عاقبة الكافر الندامة والخسران.
ক্ষতিগ্ৰস্ত আৰু অনুতাপ হৈছে কাফিৰৰ শেষ পৰিণাম। info

• الظلم سبب في البعد عن رحمة الله.
অন্যায়-অত্যাচাৰ হৈছে আল্লাহৰ ৰহমতৰ পৰা আঁতৰি যোৱাৰ কাৰণ। info