വിശുദ്ധ ഖുർആൻ പരിഭാഷ - വിശുദ്ധ ഖുർആൻ വ്യാഖ്യാന സംഗ്രഹത്തിന്റെ ആസമീസ് പരിഭാഷ

external-link copy
90 : 11

وَاسْتَغْفِرُوْا رَبَّكُمْ ثُمَّ تُوْبُوْۤا اِلَیْهِ ؕ— اِنَّ رَبِّیْ رَحِیْمٌ وَّدُوْدٌ ۟

আৰু নিজ প্ৰতিপালকৰ ওচৰত ক্ষমা প্ৰাৰ্থনা কৰা, আৰু গুনাহৰ পৰা তেওঁৰ ওচৰত তাওবা কৰা, নিশ্চয় মোৰ প্ৰতিপালক তাওবাকাৰীসকলৰ প্ৰতি দয়াৱান, অত্যন্ত স্নেহশীল। info
التفاسير:
ഈ പേജിലെ ആയത്തുകളിൽ നിന്നുള്ള പാഠങ്ങൾ:
• ذمّ الجهلة الذين لا يفقهون عن الأنبياء ما جاؤوا به من الآيات.
এনেকুৱা নিৰক্ষৰ তথা মুৰ্খ লোকসকলক নিন্দা কৰা হৈছে, যিহঁতে নবীসকলে লৈ অহা নিদৰ্শনক বুজিবলৈ যত্ন নকৰে। info

• ذمّ وتسفيه من اشتغل بأوامر الناس، وأعرض عن أوامر الله.
এনেকুৱা লোকৰো নিন্দা কৰা হৈছে, যিসকলে মানুহৰ কথা মানিবলৈ সদায় সচেতন থাকে কিন্তু আল্লাহৰ আদেশক অৱজ্ঞা কৰে। info

• بيان دور العشيرة في نصرة الدعوة والدعاة.
সত্কৰ্মৰ আহ্বান আৰু আহ্বানকাৰীৰ সহায়-সহযোগত পৰিয়ালৰ লোকসকলৰ ভূমিকাৰ বৰ্ণনা। info

• طرد المشركين من رحمة الله تعالى.
মুশ্বৰিকসকল আল্লাহৰ কৃপাৰ পৰা বিতাড়িত। info