ಪವಿತ್ರ ಕುರ್‌ಆನ್ ಅರ್ಥಾನುವಾದ - ಅಲ್-ಮುಖ್ತಸರ್ ಫಿ ತಫ್ಸೀರಿಲ್ ಕುರ್‌ಆನಿಲ್ ಕರೀಮ್ - ಅಸ್ಸಾಮಿ ಅನುವಾದ

external-link copy
43 : 43

فَاسْتَمْسِكْ بِالَّذِیْۤ اُوْحِیَ اِلَیْكَ ۚ— اِنَّكَ عَلٰی صِرَاطٍ مُّسْتَقِیْمٍ ۟

হে ৰাছুল! আপোনাৰ প্ৰতিপালকে আপোনালৈ যি অহী কৰিছে, সেইটোক আপুনি মজবুতভাৱে ধাৰণ কৰক তথা সেইমতে আমল কৰক। নিশ্চয় আপুনি সত্যৰ ওপৰত আছে, ইয়াত সন্দেহৰ কোনো অৱকাশ নাই। info
التفاسير:
ಈ ಪುಟದಲ್ಲಿರುವ ಶ್ಲೋಕಗಳ ಉಪಯೋಗಗಳು:
• خطر الإعراض عن القرآن.
কোৰআনৰ পৰা বিমুখ হোৱাৰ ক্ষতি। info

• القرآن شرف لرسول الله صلى الله عليه وسلم ولأمته.
কোৰআন হৈছে ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লাম আৰু তেওঁৰ উম্মতৰ বাবে সন্মান। info

• اتفاق الرسالات كلها على نبذ الشرك.
সকলো নবীয়েই মানুহক শ্বিৰ্কৰ পৰা বিৰত থকাৰ আহ্বান কৰিছিল। info

• السخرية من الحق صفة من صفات الكفر.
সত্যক উপহাস কৰা কাফিৰসকলৰ অন্যতম এটা বিশেষণ। info