ការបកប្រែអត្ថន័យគួរអាន - ការបកប្រែជាភាសាAssamese - រ៉ហ្វុីកុលអុីស្លាម ហាពីពុររ៉ោះម៉ាន

external-link copy
64 : 24

اَلَاۤ اِنَّ لِلّٰهِ مَا فِی السَّمٰوٰتِ وَالْاَرْضِ ؕ— قَدْ یَعْلَمُ مَاۤ اَنْتُمْ عَلَیْهِ ؕ— وَیَوْمَ یُرْجَعُوْنَ اِلَیْهِ فَیُنَبِّئُهُمْ بِمَا عَمِلُوْا ؕ— وَاللّٰهُ بِكُلِّ شَیْءٍ عَلِیْمٌ ۟۠

জানি থোৱা! আকাশসমূহ আৰু পৃথিৱীত যি যি আছে সেই সকলো আল্লাহৰেই; তোমালোকে যি কৰ্মত লিপ্ত আছা সেয়াও তেওঁ জানে। যিদিনা সিহঁতক তেওঁৰ ওচৰলৈ ওভতাই নিয়া হ’ব, সেইদিনা তেওঁ সিহঁতক জনাই দিব যে, সিহঁতে কি কি কৰিছিল; আৰু আল্লাহ সকলো বিষয়ে সৰ্বজ্ঞ। info
التفاسير: