ការបកប្រែអត្ថន័យគួរអាន - ការបកប្រែជាភាសា Assamese លើការអធិប្បាយសង្ខេបអំពីគម្ពីគួរអាន

external-link copy
7 : 94

فَاِذَا فَرَغْتَ فَانْصَبْ ۟ۙ

যেতিয়া আপুনি আপোনাৰ কামৰ পৰা অৱসৰ পায় আৰু তাক চিজিল কৰি লয়, তেতিয়া আপোনাৰ প্ৰতিপালকৰ ইবাদতত গভীৰ ভাৱে নিৱদ্ধ হওক। info
التفاسير:
ក្នុង​ចំណោម​អត្ថប្រយោជន៍​នៃអាយ៉ាត់ទាំងនេះក្នុងទំព័រនេះ:
• رضا الله هو المقصد الأسمى.
আল্লাহে নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ স্মৰণক সমুন্নত কৰি তেওঁক সন্মানিত কৰিছে। info

• أهمية القراءة والكتابة في الإسلام.
আল্লাহ তাআলাৰ সন্তুষ্টিয়েই সৱাতোকৈ উৎকৃষ্ট উদ্দেশ্য। info

• خطر الغنى إذا جرّ إلى الكبر والبُعد عن الحق.
ইছলামত লিখা- পঢ়াৰ গুৰুত্ব। info

• النهي عن المعروف صفة من صفات الكفر.
ধন- সম্পদৰ ভয়, যেতিয়া ই অহংকাৰৰ পিনে আৰু সত্যৰ পৰা আঁতৰাই লৈ যায়। info

• إكرام الله تعالى نبيه صلى الله عليه وسلم بأن رفع له ذكره.
সৎকৰ্মৰ পৰা বাধা প্ৰদান কৰাটো কুফুৰীৰ এটা অন্যতম বৈশিষ্ট্য। info