ការបកប្រែអត្ថន័យគួរអាន - ការបកប្រែជាភាសា Assamese លើការអធិប្បាយសង្ខេបអំពីគម្ពីគួរអាន

external-link copy
36 : 83

هَلْ ثُوِّبَ الْكُفَّارُ مَا كَانُوْا یَفْعَلُوْنَ ۟۠

নিশ্চয় কাফিৰ বিলাকক সিহঁতৰ সেই কামৰ পৰিণাম অপমানজনক শাস্তিৰূপে দিয়া হৈছে যিবোৰ সিহঁতে পৃথিৱীত কৰিছিল। info
التفاسير:
ក្នុង​ចំណោម​អត្ថប្រយោជន៍​នៃអាយ៉ាត់ទាំងនេះក្នុងទំព័រនេះ:
• خضوع السماء والأرض لربهما.
আকাশ আৰু পৃথিৱী আল্লাহৰ আদেশৰ অনুগত। info

• كل إنسان ساعٍ إما لخير وإما لشرّ.
প্ৰত্যেক ব্যক্তিয়ে চেষ্টাৰত, তাৰ চেষ্টা ভালৰ বাবেই হওঁক বা বেয়াৰ বাবে। info

• علامة السعادة يوم القيامة أخذ الكتاب باليمين، وعلامة الشقاء أخذه بالشمال.
ক্বিয়ামতৰ দিনা সৌভাগ্যবান ব্যক্তিৰ পৰিচয় হৈছে আমল নামা তাৰ সোঁ হাতত দিয়া হব আৰু দূৰ্ভাগ্যবান ব্যক্তিৰ পৰিচয় হৈছে, আমল নামা তাৰ বাওঁ হাতত দিয়া হব। info