ការបកប្រែអត្ថន័យគួរអាន - ការបកប្រែជាភាសា Assamese លើការអធិប្បាយសង្ខេបអំពីគម្ពីគួរអាន

external-link copy
23 : 76

اِنَّا نَحْنُ نَزَّلْنَا عَلَیْكَ الْقُرْاٰنَ تَنْزِیْلًا ۟ۚ

হে ৰাছুল, নিশ্চয় আমি এই কোৰআন আপোনাৰ প্ৰতি অলপ অলপকৈ পৰ্যায়ক্ৰমে অৱতীৰ্ণ কৰিছো। আৰু সেয়া আপোনাৰ প্ৰতি এবাৰতে অৱতীৰ্ণ কৰা নাই। info
التفاسير:
ក្នុង​ចំណោម​អត្ថប្រយោជន៍​នៃអាយ៉ាត់ទាំងនេះក្នុងទំព័រនេះ:
• الوفاء بالنذر وإطعام المحتاج، والإخلاص في العمل، والخوف من الله: أسباب للنجاة من النار، ولدخول الجنة.
মান্নত আদায় কৰা, অভাৱগ্ৰস্তক খাদ্য খোৱোওৱা, ইখলাচৰ সৈতে আমল কৰা, আল্লাহৰ ভীতি পোষণ কৰা, এইবোৰ জাহান্নামৰ পৰা মুক্তি লাভৰ কাৰণ আৰু জান্নাতৰ ফালে লৈ যোৱা কৰ্ম। info

• إذا كان حال الغلمان الذين يخدمونهم في الجنة بهذا الجمال، فكيف بأهل الجنة أنفسهم؟!
যদি জান্নাতী সকলৰ সেৱকবিলাক ইমান সুন্দৰ হয় তেন্তে স্বয়ং জান্নাতী সকল কিমান সুন্দৰ হ'ব পাৰে। info