ការបកប្រែអត្ថន័យគួរអាន - ការបកប្រែជាភាសា Assamese លើការអធិប្បាយសង្ខេបអំពីគម្ពីគួរអាន

external-link copy
11 : 72

وَّاَنَّا مِنَّا الصّٰلِحُوْنَ وَمِنَّا دُوْنَ ذٰلِكَ ؕ— كُنَّا طَرَآىِٕقَ قِدَدًا ۟ۙ

হে জিন সম্প্ৰদায়, আমাৰ মাজৰ কিছুমান হৈছে সদাচাৰ আৰু সত্কৰ্মী আৰু কিছুমান হৈছে কাফিৰ অৱজ্ঞাকাৰী। আমি ভিন্ন প্ৰকাৰৰ আছিলো আৰু ভিন্ন পথৰ পথাচাৰী আছিলো। info
التفاسير:
ក្នុង​ចំណោម​អត្ថប្រយោជន៍​នៃអាយ៉ាត់ទាំងនេះក្នុងទំព័រនេះ:
• تأثير القرآن البالغ فيمَنْ يستمع إليه بقلب سليم.
মনোযোগ সহকাৰে সত্য সৰল অন্তৰেৰে কোৰআন শ্ৰৱণ কৰিলে বহুত প্ৰভাৱ পৰে। info

• الاستغاثة بالجن من الشرك بالله، ومعاقبةُ فاعله بضد مقصوده في الدنيا.
জিনৰ ওচৰত আশ্ৰয় প্ৰাৰ্থনা কৰা শ্বিৰ্ক। লগতে পৃথিৱীত সিহঁতৰ শাস্তি। info

• بطلان الكهانة ببعثة النبي صلى الله عليه وسلم.
মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামক নবী বনাই জ্যোতিষী বিদ্যাৰ খণ্ডন কৰা হৈছে। info

• من أدب المؤمن ألا يَنْسُبَ الشرّ إلى الله.
কোনো বেয়া কৰ্মক আল্লাহৰ সৈতে সম্পৃক্ত কৰা মুমিন সকলৰ শিষ্টাচাৰৰ অন্তৰ্ভুক্ত নহয়। info