ការបកប្រែអត្ថន័យគួរអាន - ការបកប្រែជាភាសា Assamese លើការអធិប្បាយសង្ខេបអំពីគម្ពីគួរអាន

external-link copy
28 : 71

رَبِّ اغْفِرْ لِیْ وَلِوَالِدَیَّ وَلِمَنْ دَخَلَ بَیْتِیَ مُؤْمِنًا وَّلِلْمُؤْمِنِیْنَ وَالْمُؤْمِنٰتِ ؕ— وَلَا تَزِدِ الظّٰلِمِیْنَ اِلَّا تَبَارًا ۟۠

হে মোৰ প্ৰতিপালক, মোৰ পাপসমূহ ক্ষমা কৰি দিয়া আৰু মোৰ পিতৃ- মাতৃক ক্ষমা কৰি দিয়া। আৰু যিয়ে মুমিন হৈ মোৰ ঘৰত প্ৰৱেশ কৰিব সেই ব্যক্তিকো ক্ষমা কৰি দিয়া। আৰু মুমিন পৰুষ- মহিলাকো ক্ষমা কৰি দিয়া। আনহাতে সেইসকল লোকৰ ধ্বংস ও ক্ষতি আৰু বৃদ্ধি কৰি দিয়া যিসকলে কুফুৰী আৰু পাপৰ জৰিয়তে নিজৰ ওপৰত অত্যাচাৰ কৰিছে। info
التفاسير:
ក្នុង​ចំណោម​អត្ថប្រយោជន៍​នៃអាយ៉ាត់ទាំងនេះក្នុងទំព័រនេះ:
• الاستغفار سبب لنزول المطر وكثرة الأموال والأولاد.
ধন-সম্পদ, সন্তান-সন্ততি আৰু বৰষুণ হোৱাৰ অন্যতম কাৰণ হৈছে ইস্তিগফাৰ কৰা। info

• دور الأكابر في إضلال الأصاغر ظاهر مُشَاهَد.
নেতাসকলে সদায় সাধাৰণ ব্যক্তিসকলক পথভ্ৰষ্ট কৰি অহা পৰিলক্ষিত হৈছে। info

• الذنوب سبب للهلاك في الدنيا، والعذاب في الآخرة.
পৃথিৱীত পাপ হৈছে ধ্বংসৰ অন্যতম কাৰণ আৰু পৰকালত শাস্তিৰ কাৰণ। info