ការបកប្រែអត្ថន័យគួរអាន - ការបកប្រែជាភាសា Assamese លើការអធិប្បាយសង្ខេបអំពីគម្ពីគួរអាន

external-link copy
24 : 71

وَقَدْ اَضَلُّوْا كَثِیْرًا ۚ۬— وَلَا تَزِدِ الظّٰلِمِیْنَ اِلَّا ضَلٰلًا ۟

আৰু সিহঁতে এই মূৰ্তিবোৰৰ মাধ্যমত বহুত লোকক পথভ্ৰষ্ট কৰিছে। এতেকে হে মোৰ প্ৰতিপালক ! এই অত্যাচাৰীসকলৰ পথভ্ৰষ্টতা আৰু বৃদ্ধি কৰি দিয়া, যিসকলে কুফুৰী আৰু পাপৰ মাধ্যমত নিজৰ ওপৰত অত্যাচাৰ কৰিছে। info
التفاسير:
ក្នុង​ចំណោម​អត្ថប្រយោជន៍​នៃអាយ៉ាត់ទាំងនេះក្នុងទំព័រនេះ:
• الاستغفار سبب لنزول المطر وكثرة الأموال والأولاد.
ধন-সম্পদ, সন্তান-সন্ততি আৰু বৰষুণ হোৱাৰ অন্যতম কাৰণ হৈছে ইস্তিগফাৰ কৰা। info

• دور الأكابر في إضلال الأصاغر ظاهر مُشَاهَد.
নেতাসকলে সদায় সাধাৰণ ব্যক্তিসকলক পথভ্ৰষ্ট কৰি অহা পৰিলক্ষিত হৈছে। info

• الذنوب سبب للهلاك في الدنيا، والعذاب في الآخرة.
পৃথিৱীত পাপ হৈছে ধ্বংসৰ অন্যতম কাৰণ আৰু পৰকালত শাস্তিৰ কাৰণ। info