ការបកប្រែអត្ថន័យគួរអាន - ការបកប្រែជាភាសា Assamese លើការអធិប្បាយសង្ខេបអំពីគម្ពីគួរអាន

external-link copy
28 : 68

قَالَ اَوْسَطُهُمْ اَلَمْ اَقُلْ لَّكُمْ لَوْلَا تُسَبِّحُوْنَ ۟

সিহঁতৰ ভিতৰত সৰ্বোত্তোম ব্যক্তিয়ে কলেঃ তেতিয়া মই তোমালোকক কোৱা নাছিলো নে, যেতিয়া তোমালোকে বাগানৰ ফলসমূহৰ পৰা দুখীয়া- অভাৱী সকলক বঞ্চিত কৰাৰ যোজনা কৰি আছিলা যে তোমালোকে আল্লাহৰ পৱিত্ৰতা কিয় বৰ্ণনা নকৰা আৰু তেওঁৰ ওচৰত কিয়া তাওবাহ নকৰা? info
التفاسير:
ក្នុង​ចំណោម​អត្ថប្រយោជន៍​នៃអាយ៉ាត់ទាំងនេះក្នុងទំព័រនេះ:
• منع حق الفقير سبب في هلاك المال.
মগনীয়াৰ আৰু নিৰ্ধনৰ অধিকাৰ খৰ্ব কৰাটো হৈছে সম্পত্তি ধংসৰ কাৰণ। info

• تعجيل العقوبة في الدنيا من إرادة الخير بالعبد ليتوب ويرجع.
পৃথিৱীত বান্দাক শাস্তি দিয়া তেওঁৰ পক্ষেই ভাল। কিয়নো সম্ভৱত তেওঁ তাওবাহ কৰি লব আৰু পাপ কৰ্মৰ পৰা বিৰত থাকিব। info

• لا يستوي المؤمن والكافر في الجزاء، كما لا تستوي صفاتهما.
মুমিন আৰু কাফিৰ, পৰিণামৰ দৃষ্টিকোণৰ পৰা সমান হব নোৱাৰে। এয়া তেনেকুৱাই যিদৰে দুয়ো বৈশিষ্ট্যৰ দৃষ্টিকোণৰ পৰা সমান নহয়। info