ការបកប្រែអត្ថន័យគួរអាន - ការបកប្រែជាភាសា Assamese លើការអធិប្បាយសង្ខេបអំពីគម្ពីគួរអាន

external-link copy
6 : 54

فَتَوَلَّ عَنْهُمْ ۘ— یَوْمَ یَدْعُ الدَّاعِ اِلٰی شَیْءٍ نُّكُرٍ ۟ۙ

যিহেতু সিহঁতে সঠিক পথ অৱলম্বন কৰা নাই, গতিকে হে ৰাছুল! আপুনি সিহঁতক এৰি দিয়ক আৰু সিহঁতৰ পৰা মুখ ঘূৰাই থাকক; লগতে অপেক্ষা কৰক সেই দিৱসলৈ, যিদিনা নিয়োজিত ফিৰিস্তাই শিঙাত ফুঁ মাৰি এনেকুৱা এটা অপ্ৰিয় বিষয়ৰ প্ৰতি আহ্বান কৰিব, যিটো বিষয় ইয়াৰ পূৰ্বে কোনো সৃষ্টিয়েই মুখামুখি হোৱা নাই। info
التفاسير:
ក្នុង​ចំណោម​អត្ថប្រយោជន៍​នៃអាយ៉ាត់ទាំងនេះក្នុងទំព័រនេះ:
• عدم التأثر بالقرآن نذير شؤم.
কোৰআনৰ দ্বাৰা প্ৰভাৱিত নোহোৱা বিষয়টো হৈছে এক প্ৰকাৰ বেয়া সংকেত। info

• خطر اتباع الهوى على النفس في الدنيا والآخرة.
প্ৰবৃত্তিৰ অনুসৰণে মানুহক পৃথিৱী আৰু আখিৰাতত ভয়াৱহ পৰিস্থিতিৰ সন্মুখীন কৰায়। info

• عدم الاتعاظ بهلاك الأمم صفة من صفات الكفار.
পূৰ্বৱৰ্তী উম্মতসমূহৰ ধ্বংসৰ পৰা শিক্ষা নোলোৱাটো হৈছে কাফিৰসকলৰ বৈশিষ্ট্য। info