ការបកប្រែអត្ថន័យគួរអាន - ការបកប្រែជាភាសា Assamese លើការអធិប្បាយសង្ខេបអំពីគម្ពីគួរអាន

external-link copy
32 : 54

وَلَقَدْ یَسَّرْنَا الْقُرْاٰنَ لِلذِّكْرِ فَهَلْ مِنْ مُّدَّكِرٍ ۟

নিশ্চয় আমি কোৰআনক শিক্ষা আৰু উপদেশ গ্রহণৰ বাবে সহজ কৰি দিছোঁ। ইয়াৰ মাজত নিহিত থকা শিক্ষা আৰু উপদেশসমূহ গ্রহণ কৰিবলৈ কোনোবা আছেনে?! info
التفاسير:
ក្នុង​ចំណោម​អត្ថប្រយោជន៍​នៃអាយ៉ាត់ទាំងនេះក្នុងទំព័រនេះ:
• شمول العذاب للمباشر للجريمة والمُتَمالئ معه عليها.
অপৰাধী আৰু তাৰ সৈতে অংশগ্রহণকাৰী উভয়েই প্ৰত্যক্ষভাৱে শাস্তি পাব। info

• شُكْر الله على نعمه سبب السلامة من العذاب.
আল্লাহৰ নিয়ামতৰ কৃতজ্ঞতা জ্ঞাপন কৰা, শাস্তিৰ পৰা ৰক্ষা পোৱাৰ অন্যতম উপায়। info

• إخبار القرآن بهزيمة المشركين يوم بدر قبل وقوعها من الإخبار بالغيب الدال على صدق القرآن.
মুশ্বৰিকসকলে বদৰৰ যুদ্ধৰ দিনা পৰাজয়বৰণ কৰিব বুলি কোৰআনে পূৰ্বেই সংবাদ পৰিবেশন কৰিছে, এই বিষয়টোৱে প্রমাণ বহন কৰে যে, কোৰআন নিশ্চয় সত্য। info

• وجوب الإيمان بالقدر.
ভাগ্যলিপিৰ প্ৰতি ঈমান পোষণ কৰা অপৰিহার্য। info