ការបកប្រែអត្ថន័យគួរអាន - ការបកប្រែជាភាសា Assamese លើការអធិប្បាយសង្ខេបអំពីគម្ពីគួរអាន

external-link copy
52 : 51

كَذٰلِكَ مَاۤ اَتَی الَّذِیْنَ مِنْ قَبْلِهِمْ مِّنْ رَّسُوْلٍ اِلَّا قَالُوْا سَاحِرٌ اَوْ مَجْنُوْنٌ ۟۫

মক্কাৰ অধিবাসীসকলৰ দৰেই পূৰ্বৱৰ্তী উম্মতৰ লোকসকলেও অস্বীকাৰ কৰিছিল। এতেকে সিহঁতৰ ওচৰত যেতিয়া কোনো ৰাছুল আহিছিল, সিহঁতে তেওঁক যাদুকৰ অথবা উন্মাদ বুলি কৈছিল। info
التفاسير:
ក្នុង​ចំណោម​អត្ថប្រយោជន៍​នៃអាយ៉ាត់ទាំងនេះក្នុងទំព័រនេះ:
• الكفر ملة واحدة وإن اختلفت وسائله وتنوع أهله ومكانه وزمانه.
কুফৰৰ এটাই ধৰ্ম, যদিও ইয়াৰ মাধ্যম, চেহেৰা, স্থান আৰু সময় ভিন ভিন। info

• شهادة الله لرسوله صلى الله عليه وسلم بتبليغ الرسالة.
আল্লাহে তেওঁৰ ৰাছুলৰ পক্ষে এই কথাৰ সাক্ষ্য প্ৰদান কৰিছে যে, ৰাছুলে যথাযথভাৱে তেওঁৰ দায়িত্ব পালন কৰিছে। info

• الحكمة من خلق الجن والإنس تحقيق عبادة الله بكل مظاهرها.
জিন আৰু মানৱ সৃষ্টিৰ উদ্দেশ্য হৈছে পৃথিৱীত যাতে সৰ্বাংগীনৰূপে আল্লাহৰ ইবাদত কৰা হয়। info

• سوف تتغير أحوال الكون يوم القيامة.
কিয়ামতৰ দিনা বিশ্বজগতৰ ৰূপ-ৰেখা পৰিবৰ্তন হ’ব। info