ការបកប្រែអត្ថន័យគួរអាន - ការបកប្រែជាភាសា Assamese លើការអធិប្បាយសង្ខេបអំពីគម្ពីគួរអាន

external-link copy
26 : 45

قُلِ اللّٰهُ یُحْیِیْكُمْ ثُمَّ یُمِیْتُكُمْ ثُمَّ یَجْمَعُكُمْ اِلٰی یَوْمِ الْقِیٰمَةِ لَا رَیْبَ فِیْهِ وَلٰكِنَّ اَكْثَرَ النَّاسِ لَا یَعْلَمُوْنَ ۟۠

হে ৰাছুল! আপুনি সিহঁতক কৈ দিয়কঃ তোমালোকক সৃষ্টি কৰি আল্লাহেই জীৱন দান কৰিছে আৰু তেৱেঁই তোমালোকক মৃত্যু প্ৰদান কৰিব। ইয়াৰ পিছত তেৱেঁই তোমালোকক কিয়ামতৰ দিনা হিচাপ-নিকাচ আৰু প্ৰতিদানৰ বাবে একত্ৰিত কৰিব। এই দিৱসটো যে অৱশ্যম্ভাৱী, ইয়াত কোনো সন্দেহ নাই। কিন্তু অধিকাংশ লোকেই এই বিষয়টো নাজানে। সেইকাৰণেই সিহঁতে সৎকৰ্মৰ জৰিয়তে ইয়াৰ বাবে প্ৰস্তুতি নলয়। info
التفاسير:
ក្នុង​ចំណោម​អត្ថប្រយោជន៍​នៃអាយ៉ាត់ទាំងនេះក្នុងទំព័រនេះ:
• اتباع الهوى يهلك صاحبه، ويحجب عنه أسباب التوفيق.
প্ৰবৃত্তিৰ অনুসৰণে মানুহক ধ্বংস কৰে, লগতে হিদায়তৰ পথৰ পৰা মানুহক বঞ্চিত কৰে। info

• هول يوم القيامة.
কিয়ামতৰ ভয়াৱহতা। info

• الظن لا يغني من الحق شيئًا، خاصةً في مجال الاعتقاد.
অনুমানে কেতিয়াও সত্যৰ স্থান লব নোৱাৰে, বিশেষকৈ আক্বীদাৰ ক্ষেত্ৰত। info