ការបកប្រែអត្ថន័យគួរអាន - ការបកប្រែជាភាសា Assamese លើការអធិប្បាយសង្ខេបអំពីគម្ពីគួរអាន

external-link copy
11 : 45

هٰذَا هُدًی ۚ— وَالَّذِیْنَ كَفَرُوْا بِاٰیٰتِ رَبِّهِمْ لَهُمْ عَذَابٌ مِّنْ رِّجْزٍ اَلِیْمٌ ۟۠

আমি আমাৰ ৰাছুলৰ ওপৰত অৱতীৰ্ণ কৰা এই কিতাবখনে সত্যৰ পথ দেখুৱায়। এতেকে আল্লাহৰ ফালৰ পৰা ৰাছুলৰ ওপৰত অৱতীৰ্ণ হোৱা আয়াতসমূহক যিসকলে অস্বীকাৰ কৰিব, সিহঁতৰ বাবে আছে কষ্টদায়ক তথা নিকৃষ্ট শাস্তি। info
التفاسير:
ក្នុង​ចំណោម​អត្ថប្រយោជន៍​នៃអាយ៉ាត់ទាំងនេះក្នុងទំព័រនេះ:
• الكذب والإصرار على الذنب والكبر والاستهزاء بآيات الله: صفات أهل الضلال، وقد توعد الله المتصف بها.
মিছা কথা কোৱা, গুনাহৰ ওপৰত অটল থকা, অহংকাৰ কৰা আৰু আল্লাহৰ আয়াতসমূহক উপহাসৰ পাত্ৰ বনোৱা আদি হৈছে পথভ্ৰষ্ট লোকৰ বৈশিষ্ট্য। এনেকুৱা স্বভাৱৰ লোকসকলক আল্লাহে সতৰ্কবাণী প্ৰদান কৰিছে। info

• نعم الله على عباده كثيرة، ومنها تسخير ما في الكون لهم.
বান্দাসকলৰ ওপৰত আল্লাহৰ অসংখ্য নিয়ামত আছে। তাৰে অন্যতম হৈছে, তেওঁ বিশ্বজগতৰ সকলো বস্তুক সিহঁতৰ কৰ্মত নিয়োজিত কৰি ৰাখিছে। info

• النعم تقتضي من العباد شكر المعبود الذي منحهم إياها.
নিয়ামতবোৰৰ দাবী হৈছে, বান্দাই উপাস্যৰ সেইবোৰ নিয়ামতৰ কৃতজ্ঞতা জ্ঞাপন কৰা উচিত, যিবোৰ তেওঁ সিহঁতক প্ৰদান কৰিছে। info