ការបកប្រែអត្ថន័យគួរអាន - ការបកប្រែជាភាសា Assamese លើការអធិប្បាយសង្ខេបអំពីគម្ពីគួរអាន

external-link copy
89 : 43

فَاصْفَحْ عَنْهُمْ وَقُلْ سَلٰمٌ ؕ— فَسَوْفَ یَعْلَمُوْنَ ۟۠

গতিকে আপুনি সিহঁতক উপেক্ষা কৰক। সিহঁতৰ লগত এনেকুৱা কথা কওক, যাৰ দ্বাৰা সিহঁতৰ অনিষ্টৰ পৰা ৰক্ষা পোৱা সম্ভৱ। (এই আদেশ মক্কাত থকা অৱস্থাত দিয়া হৈছিল।) শীঘ্ৰেই সিহঁতে সন্মুখীন হবলগীয়া শাস্তি সম্পৰ্কে অৱগত হ’ব। info
التفاسير:
ក្នុង​ចំណោម​អត្ថប្រយោជន៍​នៃអាយ៉ាត់ទាំងនេះក្នុងទំព័រនេះ:
• كراهة الحق خطر عظيم.
সত্যক অপছন্দ কৰা মহাক্ষতিকৰ। info

• مكر الكافرين يعود عليهم ولو بعد حين.
কাফিৰসকলৰ চক্ৰান্তই পলমকৈ হ’লেও সিহঁতকেই ক্ষতি কৰিব। info

• كلما ازداد علم العبد بربه، ازداد ثقة بربه وتسليمًا لشرعه.
ক্ৰমান্বয়ে বান্দাই যিদৰে আল্লাহ সম্পৰ্কে জ্ঞান আহৰণ কৰিব, ঠিক সেই অনুপাতে তেওঁৰ ওপৰত ভৰসা আৰু তেওঁৰ চৰীয়ত পালনৰ আগ্ৰহ জাগিব। info

• اختصاص الله بعلم وقت الساعة.
কিয়ামতৰ সঠিক জ্ঞান একমাত্ৰ আল্লাহৰ ওচৰতেই আছে। info