ការបកប្រែអត្ថន័យគួរអាន - ការបកប្រែជាភាសា Assamese លើការអធិប្បាយសង្ខេបអំពីគម្ពីគួរអាន

external-link copy
42 : 42

اِنَّمَا السَّبِیْلُ عَلَی الَّذِیْنَ یَظْلِمُوْنَ النَّاسَ وَیَبْغُوْنَ فِی الْاَرْضِ بِغَیْرِ الْحَقِّ ؕ— اُولٰٓىِٕكَ لَهُمْ عَذَابٌ اَلِیْمٌ ۟

জবাবদিহি সেইসকল লোকক কৰা হ’ব তথা শাস্তি সেইসকল লোকক বিহা হ’ব, যিসকলে মানুহৰ ওপৰত অন্যায় কৰে। পৃথিৱীত পাপকৰ্ম কৰি ফুৰে। আখিৰাতত সিহঁতৰ বাবে আছে কষ্টদায়ক শাস্তি। info
التفاسير:
ក្នុង​ចំណោម​អត្ថប្រយោជន៍​នៃអាយ៉ាត់ទាំងនេះក្នុងទំព័រនេះ:
• الصبر والشكر سببان للتوفيق للاعتبار بآيات الله.
ধৈৰ্য্য আৰু কৃতজ্ঞতাৰ ফলত আল্লাহৰ নিদৰ্শনবোৰৰ দ্বাৰা শিক্ষা গ্ৰহণ কৰাৰ তাওফীক পোৱা যায়। info

• مكانة الشورى في الإسلام عظيمة.
ইছলামত পৰামৰ্শৰ গুৰুত্ব বহুত। info

• جواز مؤاخذة الظالم بمثل ظلمه، والعفو خير من ذلك.
অন্যায় অনুপাতে প্ৰতিশোধ লোৱা বৈধ, কিন্তু ক্ষমা কৰাটো উত্তম। info