ការបកប្រែអត្ថន័យគួរអាន - ការបកប្រែជាភាសា Assamese លើការអធិប្បាយសង្ខេបអំពីគម្ពីគួរអាន

external-link copy
59 : 40

اِنَّ السَّاعَةَ لَاٰتِیَةٌ لَّا رَیْبَ فِیْهَا ؗ— وَلٰكِنَّ اَكْثَرَ النَّاسِ لَا یُؤْمِنُوْنَ ۟

নিশ্চয় কিয়ামত দিৱস অৱশ্যম্ভাৱী, যিদিনা মৃতসকলক জীৱিত কৰি হিচাপ-নিকাচ লোৱা হ'ব আৰু প্ৰতিদান দিয়া। ইয়াৰ মাজত কোনো সন্দেহ নাই। কিন্তু অধিকাংশ লোকেই এই দিৱস আহিব বুলি বিশ্বাস নকৰে। সেইকাৰণেই সিহঁতে ইয়াৰ বাবে প্ৰস্তুতি নলয়। info
التفاسير:
ក្នុង​ចំណោម​អត្ថប្រយោជន៍​នៃអាយ៉ាត់ទាំងនេះក្នុងទំព័រនេះ:
• دخول الدعاء في مفهوم العبادة التي لا تصرف إلا إلى الله؛ لأن الدعاء هو عين العبادة.
দুআও এক প্ৰকাৰ ইবাদত, গতিকে আল্লাহৰ বাহিৰে আনৰ ওচৰত দুআ কৰা বৈধ নহয়। এক কথাত দুআই হৈছে প্ৰকৃত ইবাদত। info

• نعم الله تقتضي من العباد الشكر.
আল্লাহৰ নিয়ামতসমূহৰ দাবী হৈছে তেওঁৰ কৃতজ্ঞতা জ্ঞাপন কৰা। info

• ثبوت صفة الحياة لله.
আল্লাহ যে চিৰঞ্জীৱ ইয়াৰ প্ৰমাণ। info

• أهمية الإخلاص في العمل.
কৰ্মত নিষ্ঠাৰ গুৰুত্ব। info