ការបកប្រែអត្ថន័យគួរអាន - ការបកប្រែជាភាសា Assamese លើការអធិប្បាយសង្ខេបអំពីគម្ពីគួរអាន

external-link copy
14 : 40

فَادْعُوا اللّٰهَ مُخْلِصِیْنَ لَهُ الدِّیْنَ وَلَوْ كَرِهَ الْكٰفِرُوْنَ ۟

এতেকে হে মুমিনসকল! তোমালোকে নিৰ্ভেজালভাৱে আল্লাহৰ আনুগত্য কৰা আৰু তেওঁৰ ওচৰত দুআ কৰা। তেওঁৰ সৈতে শ্বিৰ্ক নকৰিবা। যদিও কাফিৰসকলে ইয়াক অপছন্দ কৰক অথবা ক্ৰোধান্বিত হওক। info
التفاسير:
ក្នុង​ចំណោម​អត្ថប្រយោជន៍​នៃអាយ៉ាត់ទាំងនេះក្នុងទំព័រនេះ:
• مَحَلُّ قبول التوبة الحياة الدنيا.
তাওবা কবূল হোৱাৰ একমাত্ৰ ঠাই হৈছে পাৰ্থিৱ জীৱন। info

• نفع الموعظة خاص بالمنيبين إلى ربهم.
উপদেশ কেৱল সেইসকল লোকৰ বাবেই লাভদায়ক, বিশেষকৈ যিসকলে নিজ প্ৰতিপালকৰ ওচৰলৈ প্ৰত্যাৱৰ্তন কৰে তথা তাওবা কৰে। info

• استقامة المؤمن لا تؤثر فيها مواقف الكفار الرافضة لدينه.
কাফিৰসকলৰ ফালৰ পৰা ধৰ্মক প্ৰত্যাখ্যান কৰা মন্তব্যই প্ৰতিষ্ঠিত মুমিনক কেতিয়াও প্ৰভাৱিত কৰিব নোৱাৰে। info

• خضوع الجبابرة والظلمة من الملوك لله يوم القيامة.
কিয়ামতৰ দিনা ডাঙৰ ডাঙৰ যালিম তথা শক্তিশালী বাদশ্বাহসকলেও আল্লাহৰ সন্মুখত শিৰনত কৰি থিয় দিব। info