ការបកប្រែអត្ថន័យគួរអាន - ការបកប្រែជាភាសា Assamese លើការអធិប្បាយសង្ខេបអំពីគម្ពីគួរអាន

external-link copy
40 : 38

وَاِنَّ لَهٗ عِنْدَنَا لَزُلْفٰی وَحُسْنَ مَاٰبٍ ۟۠

নিশ্চয় ছুলাইমান আছিল আমাৰ নৈকট্যপ্ৰাপ্ত লোকসকলৰ অন্তৰ্ভুক্ত। তেওঁৰ বাবে আছে উত্তম প্ৰত্যাৱৰ্তনস্থল অৰ্থাৎ জান্নাত। info
التفاسير:
ក្នុង​ចំណោម​អត្ថប្រយោជន៍​នៃអាយ៉ាត់ទាំងនេះក្នុងទំព័រនេះ:
• الحث على تدبر القرآن.
কোৰআনৰ বাণীকলৈ গৱেষণা কৰাৰ প্ৰেৰণা। info

• في الآيات دليل على أنه بحسب سلامة القلب وفطنة الإنسان يحصل له التذكر والانتفاع بالقرآن الكريم.
উক্ত আয়াতবোৰত এই প্ৰমাণ পোৱা গ’ল যে, মানুহৰ অন্তৰ যিমানেই স্বচ্ছ হ’ব আৰু তাৰ বিবেক উজ্জ্বল হ’ব, সি কোৰআনৰ দ্বাৰা সিমানেই উপদেশ গ্ৰহণ কৰিব তথা উপকৃত হ’ব। info

• في الآيات دليل على صحة القاعدة المشهورة: «من ترك شيئًا لله عوَّضه الله خيرًا منه».
উক্ত আয়াতবোৰত এটা বিখ্যাত নিয়মৰ শুদ্ধতাৰ প্ৰমাণ পোৱা যায়, সেইটো হৈছে এই যে, “যিয়ে আল্লাহৰ উদ্দেশ্যে কোনো বস্তু পৰিত্যাগ কৰিব, আল্লাহে তাক ইয়াৰ পৰিবৰ্তে ইয়াতকৈও উত্তম বস্তু দান কৰিব”। info