ការបកប្រែអត្ថន័យគួរអាន - ការបកប្រែជាភាសា Assamese លើការអធិប្បាយសង្ខេបអំពីគម្ពីគួរអាន

external-link copy
32 : 37

فَاَغْوَیْنٰكُمْ اِنَّا كُنَّا غٰوِیْنَ ۟

সেয়েহে আমি তোমালোকক পথভ্ৰষ্ট তথা কুফৰী পথৰ পিনে আহ্বান কৰিছিলোঁ। দৰাচলতে আমি নিজেই সত্যৰ পথৰ পৰা আঁতৰি আছিলোঁ। info
التفاسير:
ក្នុង​ចំណោម​អត្ថប្រយោជន៍​នៃអាយ៉ាត់ទាំងនេះក្នុងទំព័រនេះ:
• سبب عذاب الكافرين: العمل المنكر؛ وهو الشرك والمعاصي.
কাফিৰসকলক শাস্তি প্ৰদানৰ অন্যতম কাৰণ হৈছে সিহঁতৰ অসৎকৰ্ম, যেনেঃ শ্বিৰ্ক আৰু বিভিন্ন গুনাহসমূহ। info

• من نعيم أهل الجنة أنهم نعموا باجتماع بعضهم مع بعض، ومقابلة بعضهم مع بعض، وهذا من كمال السرور.
জান্নাতীসকলে যিবোৰ নিয়ামত লাভ কৰিব, তাৰ অন্যতম এটা নিয়ামত হৈছে, তেওঁলোকে ইজনে সিজনক সাক্ষাত কৰিবলৈ একত্ৰিত হোৱাৰ সুযোগ লাভ কৰিব। এইটো হ’ব তেওঁলোকৰ বাবে আটাইতকৈ আনন্দদায়ক মূহুৰ্ত্ত। info