ការបកប្រែអត្ថន័យគួរអាន - ការបកប្រែជាភាសា Assamese លើការអធិប្បាយសង្ខេបអំពីគម្ពីគួរអាន

external-link copy
20 : 37

وَقَالُوْا یٰوَیْلَنَا هٰذَا یَوْمُ الدِّیْنِ ۟

আখিৰাতৰ জীৱনক অস্বীকাৰ কৰা মুশ্বৰিকসকলে ক’বঃ হায় আমাৰ বিনাশ! এইটো দেখোন সেই দিৱস, যিদিনা আল্লাহে তেওঁৰ বান্দাসকলক পৃথিৱীত কৰা সিহঁতৰ কৰ্মৰ প্ৰতিদান দিব। info
التفاسير:
ក្នុង​ចំណោម​អត្ថប្រយោជន៍​នៃអាយ៉ាត់ទាំងនេះក្នុងទំព័រនេះ:
• تزيين السماء الدنيا بالكواكب لمنافع؛ منها: تحصيل الزينة، والحفظ من الشيطان المارد.
পৃথিৱীৰ নিকটতম আকাশক কেউবাটাও কাৰণত তৰাবোৰৰ দ্বাৰা সুসজ্জিত কৰা হৈছে। যেনেঃ আকাশক শোভনীয় কৰি তোলা আৰু পাপিষ্ঠ চয়তানৰ পৰা সুৰক্ষিত কৰা। info

• إثبات الصراط؛ وهو جسر ممدود على متن جهنم يعبره أهل الجنة، وتزل به أقدام أهل النار.
পুলচিৰাতৰ প্ৰমাণ। চিৰাতৰ দ্বাৰা সেই সেতুক বুজোৱা হৈছে, যিখন জাহান্নামৰ ওপৰত স্থাপিত হ’ব। জান্নাতিসকলে সহজেই পাৰ হ’ব আৰু জাহান্নামীসকলে পিচলি পৰি যাব। info