ការបកប្រែអត្ថន័យគួរអាន - ការបកប្រែជាភាសា Assamese លើការអធិប្បាយសង្ខេបអំពីគម្ពីគួរអាន

external-link copy
134 : 37

اِذْ نَجَّیْنٰهُ وَاَهْلَهٗۤ اَجْمَعِیْنَ ۟ۙ

আপুনি স্মৰণ কৰক সেই সময়ছোৱাক, যেতিয়া আমি তেওঁক আৰু তেওঁৰ পৰিয়ালক সেই শাস্তিৰ পৰা ৰক্ষা কৰিছিলোঁ, যিটো তেওঁৰ সম্প্ৰদায়ৰ ওপৰত প্ৰেৰণ কৰা হৈছিল। info
التفاسير:
ក្នុង​ចំណោម​អត្ថប្រយោជន៍​នៃអាយ៉ាត់ទាំងនេះក្នុងទំព័រនេះ:
• سُنَّة الله التي لا تتبدل ولا تتغير: إنجاء المؤمنين وإهلاك الكافرين.
আল্লাহৰ নিৰ্ধাৰিত নিয়মত কেতিয়াও পৰিবৰ্তন নহয়। তেওঁৰ নিৰ্ধাৰিত নিয়ম হৈছে, তেওঁ মুমিনসকলক ৰক্ষা কৰে আৰু কাফিৰসকলক ধ্বংস কৰে। info

• ضرورة العظة والاعتبار بمصير الذين كذبوا الرسل حتى لا يحل بهم ما حل بغيرهم.
সেইসকল সম্প্ৰদায়ৰ পৰিণামৰ পৰা উপদেশ গ্ৰহণ কৰা আৱশ্যক, যিসকলে ৰাছুলসকলক অস্বীকাৰ কৰিছিল। যাতে সিহঁতে যি শাস্তিৰ সন্মুখীন হৈছিল, সেই শাস্তিৰ সন্মুখীন হ'বলগীয়া নহয়। info

• جواز القُرْعة شرعًا لقوله تعالى: ﴿ فَسَاهَمَ فَكَانَ مِنَ اْلْمُدْحَضِينَ ﴾.
নাম নিৰ্বাচন কৰিবলৈ লটাৰী কৰা বৈধ। যেনে আল্লাহ তাআলাই কৈছেঃ (فَسَاهَمَ فَكَانَ مِنَ اْلْمُدْحَضِينَ.) info