ការបកប្រែអត្ថន័យគួរអាន - ការបកប្រែជាភាសា Assamese លើការអធិប្បាយសង្ខេបអំពីគម្ពីគួរអាន

ইয়াছীন

គោល​បំណងនៃជំពូក:
إثبات الرسالة والبعث ودلائلهما.
ৰিছালত আৰু আখিৰাতৰ জীৱন সাব্যস্ত কৰা, তথা উভয়ৰ প্ৰমাণ প্ৰস্তুত কৰা। info

external-link copy
1 : 36

یٰسٓ ۟ۚ

(ইয়া-ছীন) এনেকুৱা আখৰৰ বিষয়ে ছুৰা আল-বাক্বাৰাৰ আৰম্ভণিত আলোচনা কৰা হৈছে। info
التفاسير:
ក្នុង​ចំណោម​អត្ថប្រយោជន៍​នៃអាយ៉ាត់ទាំងនេះក្នុងទំព័រនេះ:
• العناد مانع من الهداية إلى الحق.
বিদ্বেষে মানুহৰ পৰা সত্যক স্বীকাৰ কৰাৰ শক্তি কাঢ়ি নিয়ে। info

• العمل بالقرآن وخشية الله من أسباب دخول الجنة.
কোৰআন অনুসাৰে আমল কৰা আৰু মনত আল্লাহৰ ভয় পোষণ কৰা, এইবোৰ হৈছে জান্নাতত প্ৰৱেশ কৰাৰ অন্যতম উপায়। info

• فضل الولد الصالح والصدقة الجارية وما شابههما على العبد المؤمن.
নেক সন্তান, চাদক্বাহ জাৰিয়া আৰু এনেকুৱা আন আন নেক কৰ্মবোৰ মুমিন বান্দাৰ ক্ষেত্ৰত অতি গুৰুত্বপূৰ্ণ। info