ការបកប្រែអត្ថន័យគួរអាន - ការបកប្រែជាភាសា Assamese លើការអធិប្បាយសង្ខេបអំពីគម្ពីគួរអាន

external-link copy
30 : 34

قُلْ لَّكُمْ مِّیْعَادُ یَوْمٍ لَّا تَسْتَاْخِرُوْنَ عَنْهُ سَاعَةً وَّلَا تَسْتَقْدِمُوْنَ ۟۠

হে ৰাছুল! শাস্তিৰ বিষয়ে খৰধৰ কৰা এই লোকসকলক আপুনি কৈ দিয়কঃ তোমালোকৰ বাবে এটা দিন নিৰ্ধাৰিত আছে। গতিকে সেইটো ক্ষন্তেক সময়ো আগুৱাই নাহিব আৰু পিছুৱাইও নাযাব। সেইদিনটো হৈছে কিয়ামতৰ দিন। info
التفاسير:
ក្នុង​ចំណោម​អត្ថប្រយោជន៍​នៃអាយ៉ាត់ទាំងនេះក្នុងទំព័រនេះ:
• التلطف بالمدعو حتى لا يلوذ بالعناد والمكابرة.
যি ব্যক্তিক ইছলামলৈ নিমন্ত্ৰণ জনোৱা হ’ব তেনে ব্যক্তিৰ সৈতে নম্ৰ ব্যৱহাৰ আৰু সদাচৰণ কৰা উচিত, যাতে সি বিদ্বেষ আৰু অহংকাৰৰ পথ অৱলম্বন নকৰে। info

• صاحب الهدى مُسْتَعْلٍ بالهدى مرتفع به، وصاحب الضلال منغمس فيه محتقر.
হিদায়তপ্ৰাপ্ত লোকসকলে হিদায়তৰ কাৰণে উচ্চ মৰ্যাদা লাভ কৰে। আনহাতে পথভ্ৰষ্ট লোকসকলে বিভ্ৰান্তিত পতিত হৈ অপমান তথা লাঞ্ছনাগ্ৰস্ত হয়। info

• شمول رسالة النبي صلى الله عليه وسلم للبشرية جمعاء، والجن كذلك.
নবী চাল্লাল্লাহু আলাইহি অছাল্লাম গোটেই মানৱজাতিৰ প্ৰতি প্ৰেৰিত ৰাছুল, আৰু এইদৰে গোটেই জ্বিন জাতিৰ বাবেও তেওঁ ৰাছুল। info