ការបកប្រែអត្ថន័យគួរអាន - ការបកប្រែជាភាសា Assamese លើការអធិប្បាយសង្ខេបអំពីគម្ពីគួរអាន

external-link copy
8 : 32

ثُمَّ جَعَلَ نَسْلَهٗ مِنْ سُلٰلَةٍ مِّنْ مَّآءٍ مَّهِیْنٍ ۟ۚ

ইয়াৰ পিছত তাৰ বংশধৰসকলক শৰীৰৰ তুচ্ছ তৰল পদাৰ্থৰ দ্বাৰা অৰ্থাৎ বীৰ্যৰ দ্বাৰা সৃষ্টি কৰিছে। info
التفاسير:
ក្នុង​ចំណោម​អត្ថប្រយោជន៍​នៃអាយ៉ាត់ទាំងនេះក្នុងទំព័រនេះ:
• الحكمة من بعثة الرسل أن يهدوا أقوامهم إلى الصراط المستقيم.
নবীসকলক প্ৰেৰণ কৰাৰ উদ্দেশ্য হৈছে, মানুহক সঠিক পথত পৰিচালিত কৰা। info

• ثبوت صفة الاستواء لله من غير تشبيه ولا تمثيل.
কোনো ধৰণৰ উদাহৰণ আৰু কোনো সাদৃশ্যতা নোহোৱাকৈ আল্লাহৰ বাবে ইস্তিৱা বৈশিষ্ট্য সাব্যস্ত কৰাৰ প্ৰমাণ। info

• استبعاد المشركين للبعث مع وضوح الأدلة عليه.
স্পষ্ট প্ৰমাণ প্ৰত্যক্ষ কৰাৰ পিছতো মুশ্বৰিকসকলে আখিৰাতৰ পুনৰ্জীৱনক অস্বীকাৰ কৰে। info