ការបកប្រែអត្ថន័យគួរអាន - ការបកប្រែជាភាសា Assamese លើការអធិប្បាយសង្ខេបអំពីគម្ពីគួរអាន

external-link copy
69 : 28

وَرَبُّكَ یَعْلَمُ مَا تُكِنُّ صُدُوْرُهُمْ وَمَا یُعْلِنُوْنَ ۟

সিহঁতৰ অন্তৰে যি গোপন কৰে আৰু যি প্ৰকাশ কৰে, সেই সকলোবোৰ আপোনাৰ প্ৰতিপালকে জানে। এইবোৰৰ একোৱেই তেওঁৰ পৰা গোপন নহয়। তেওঁ সিহঁতক এইবোৰৰ প্ৰতিদান দিব। info
التفاسير:
ក្នុង​ចំណោម​អត្ថប្រយោជន៍​នៃអាយ៉ាត់ទាំងនេះក្នុងទំព័រនេះ:
• العاقل من يؤثر الباقي على الفاني.
প্ৰকৃত বুদ্ধিমান হৈছে সেইজন ব্যক্তি, যিয়ে অস্থায়ীৰ ওপৰত স্থায়ীক প্ৰাধান্য দিয়ে। info

• التوبة تَجُبُّ ما قبلها.
তাওবাই পূৰ্বৱৰ্তী গুনাহসমূহক মচি দিয়ে। info

• الاختيار لله لا لعباده، فليس لعباده أن يعترضوا عليه.
নবুওৱতৰ বাবে নিৰ্বাচন কৰাৰ অধিকাৰ একমাত্ৰ আল্লাহৰ, এই ক্ষেত্ৰত বান্দাৰ কোনো অধিকাৰ নাই। আনকি এইক্ষেত্ৰত অভিযোগ উত্থাপন কৰাৰো সিহঁতৰ অধিকাৰ নাই। info

• إحاطة علم الله بما ظهر وما خفي من أعمال عباده.
বান্দাৰ প্ৰকাশ্য অপ্ৰকাশ্য সকলো কৰ্মক আল্লাহৰ জ্ঞানে আৱৰি আছে। info