ការបកប្រែអត្ថន័យគួរអាន - ការបកប្រែជាភាសា Assamese លើការអធិប្បាយសង្ខេបអំពីគម្ពីគួរអាន

external-link copy
22 : 26

وَتِلْكَ نِعْمَةٌ تَمُنُّهَا عَلَیَّ اَنْ عَبَّدْتَّ بَنِیْۤ اِسْرَآءِیْلَ ۟ؕ

এইটো সত্য যে, তুমি মোক বনী ইছৰাঈলৰ দৰে দাস বনোৱাৰ পৰিবৰ্তে যত্ন সহকাৰে লালন-পালন কৰিছিলা। এই উপকাৰৰ বিষয়ে গাই ফুৰাটো তোমাৰ পক্ষে ঠিকেই আছে। কিন্তু মই তোমাক আল্লাহৰ পিনে আহ্বান কৰিব নোৱাৰিম বুলি এইটোৱে প্ৰমাণ বহন নকৰে। info
التفاسير:
ក្នុង​ចំណោម​អត្ថប្រយោជន៍​នៃអាយ៉ាត់ទាំងនេះក្នុងទំព័រនេះ:
• أخطاء الداعية السابقة والنعم التي عليه لا تعني عدم دعوته لمن أخطأ بحقه أو أنعم عليه.
আহ্বায়ক ব্যক্তিৰ পূৰ্বৱৰ্তী ভুল-ত্ৰুটি আৰু তেওঁৰ প্ৰতি কৰা উপকাৰ, কেতিয়াও প্ৰাচীৰ হ'ব নোৱাৰে যে, তেওঁ যাৰ ক্ষতি কৰিছে অথবা যিয়ে তেওঁক উপকাৰ কৰিছে সিহঁতক আহ্বান কৰিব নোৱাৰিব। info

• اتخاذ الأسباب للحماية من العدو لا ينافي الإيمان والتوكل على الله.
শত্ৰুৰ পৰা ৰক্ষা পাবলৈ উপায় অৱলম্বন কৰাটো ঈমান তথা আল্লাহৰ প্ৰতি ভৰসাৰ পৰিপন্থী নহয়। info

• دلالة مخلوقات الله على ربوبيته ووحدانيته.
আল্লাহৰ সৃষ্টিসমূহৰ মাজতেই তেওঁৰ প্ৰভুত্ব আৰু একত্বৰ প্ৰমাণ নিহিত হৈ আছে। info

• ضعف الحجة سبب من أسباب ممارسة العنف.
যুক্তিত দৰ্বল হ’লে মানুহে হিংসাত্মক কাৰ্য্য কৰাতো কুণ্ঠাবোধ নকৰে। info

• إثارة العامة ضد أهل الدين أسلوب الطغاة.
জনতাক ধাৰ্মিক লোকসকলৰ বিৰুদ্ধে উচটনি দিয়াটো অত্যাচাৰী শাসকসকলৰ নীতি। info