ការបកប្រែអត្ថន័យគួរអាន - ការបកប្រែជាភាសា Assamese លើការអធិប្បាយសង្ខេបអំពីគម្ពីគួរអាន

external-link copy
121 : 26

اِنَّ فِیْ ذٰلِكَ لَاٰیَةً ؕ— وَمَا كَانَ اَكْثَرُهُمْ مُّؤْمِنِیْنَ ۟

নূহ আৰু তেওঁৰ সম্প্ৰদায়ৰ এই ঘটনাত তথা নূহ আৰু তেওঁৰ লগত থকা মুমিনসকলৰ নাজাতৰ মাজত, লগতে কাফিৰসকলৰ ধ্বংসৰ মাজত সেইসকল লোকৰ বাবে ডাঙৰ শিক্ষা আছে, যিসকলে শিক্ষা গ্ৰহণ কৰিব বিচাৰে। তথাপিও অধিকাংশ লোকে ঈমান পোষণ কৰা নাছিল। info
التفاسير:
ក្នុង​ចំណោម​អត្ថប្រយោជន៍​នៃអាយ៉ាត់ទាំងនេះក្នុងទំព័រនេះ:
• أفضلية أهل السبق للإيمان حتى لو كانوا فقراء أو ضعفاء.
ঈমান পোষণ কৰাৰ ক্ষেত্ৰত আগভাগ লোৱা লোকসকলৰ শ্ৰেষ্ঠতা, যদিও তেওঁলোক দুৰ্বল তথা দৰিদ্ৰই নহওক কিয়। info

• إهلاك الظالمين، وإنجاء المؤمنين سُنَّة إلهية.
অন্যায়কাৰীসকলক ধ্বংস কৰা আৰু মুমিনসকলক ৰক্ষা কৰাটো আল্লাহৰ সাধাৰণ নিয়ম। info

• خطر الركونِ إلى الدنيا.
পৃথিৱীক প্ৰাধান্য দিয়া আৰু ইয়াৰ প্ৰতি ভৰসা কৰাৰ ভয়াৱহতা। info

• تعنت أهل الباطل، وإصرارهم عليه.
বাতিলপন্থীৰ জিদ আৰু সিহঁতৰ আঁকোৰগোজ স্বভাৱ। info