ការបកប្រែអត្ថន័យគួរអាន - ការបកប្រែជាភាសា Assamese លើការអធិប្បាយសង្ខេបអំពីគម្ពីគួរអាន

external-link copy
41 : 25

وَاِذَا رَاَوْكَ اِنْ یَّتَّخِذُوْنَكَ اِلَّا هُزُوًا ؕ— اَهٰذَا الَّذِیْ بَعَثَ اللّٰهُ رَسُوْلًا ۟

হে ৰাছুল! যেতিয়া এই অস্বীকাৰকাৰীসকলে আপোনাক দেখা পায়, তেতিয়া সিহঁতে আপোনাক উপহাস কৰে, তথা বিদ্ৰূপাত্মকভাৱে আৰু অস্বীকাৰৰ সুৰত কয়ঃ এইজনেই নেকি সেইজন, যিজনক আল্লাহে আমাৰ পিনে ৰাছুল হিচাপে প্ৰেৰণ কৰিছে?! info
التفاسير:
ក្នុង​ចំណោម​អត្ថប្រយោជន៍​នៃអាយ៉ាត់ទាំងនេះក្នុងទំព័រនេះ:
• الكفر بالله والتكذيب بآياته سبب إهلاك الأمم.
আল্লাহৰ লগত কুফৰী কৰা আৰু তেওঁৰ আয়াতসমূহক অস্বীকাৰ কৰা, বহুতো সম্প্ৰদায়ৰ ধ্বংসৰ কাৰণ আছিল। info

• غياب الإيمان بالبعث سبب عدم الاتعاظ.
কোনো নিদৰ্শনৰ পৰা শিক্ষা নোলোৱাৰ অন্যতম কাৰণ হৈছে পুনৰুত্থানক বিশ্বাস নকৰা। info

• السخرية بأهل الحق شأن الكافرين.
সত্যৰ পথত পৰিচালিত ব্যক্তিক উপহাস কৰাটো হৈছে কাফিৰসকলৰ স্বভাৱ। info

• خطر اتباع الهوى.
প্ৰবৃত্তিৰ অনুসৰণ হৈছে মহা ক্ষতিকাৰক। info