ការបកប្រែអត្ថន័យគួរអាន - ការបកប្រែជាភាសា Assamese លើការអធិប្បាយសង្ខេបអំពីគម្ពីគួរអាន

external-link copy
13 : 25

وَاِذَاۤ اُلْقُوْا مِنْهَا مَكَانًا ضَیِّقًا مُّقَرَّنِیْنَ دَعَوْا هُنَالِكَ ثُبُوْرًا ۟ؕ

যেতিয়া এই কাফিৰসকলক শিকলিৰে সিহঁতৰ হাত ডিঙিত মেৰিয়াই জাহান্নামৰ সংকীৰ্ণ স্থানত নিক্ষেপ কৰা হ'ব, তেতিয়া সিহঁতে তাৰ পৰা ৰক্ষা পোৱাৰ উদ্দেশ্যে ধ্বংস কামনা কৰিব। info
التفاسير:
ក្នុង​ចំណោម​អត្ថប្រយោជន៍​នៃអាយ៉ាត់ទាំងនេះក្នុងទំព័រនេះ:
• الجمع بين الترهيب من عذاب الله والترغيب في ثوابه.
আল্লাহৰ শাস্তিৰ ভয় দেখুৱা আৰু তেওঁৰ ছোৱাবৰ অনুপ্ৰেৰণা দিয়া, দুয়োটাই অত্যাৱশ্যক। info

• متع الدنيا مُنْسِية لذكر الله.
পাৰ্থিৱ ভোগ-সামগ্ৰী আল্লাহৰ স্মৰণৰ পৰা অমনোযোগী হোৱাৰ অন্যতম কাৰণ। info

• بشرية الرسل نعمة من الله للناس لسهولة التعامل معهم.
ৰাছুলসকলৰ মানৱ হোৱাটো আল্লাহৰ ফালৰ পৰা মানুহৰ বাবে এক প্ৰকাৰ নিয়ামত, কিয়নো সিহঁতৰ সৈতে সম্পৰ্ক স্থাপন কৰা অতি সহজ। info

• تفاوت الناس في النعم والنقم اختبار إلهي لعباده.
মানুহক বিভিন্ন প্ৰকাৰৰ নিয়ামত প্ৰদান কৰি আৰু বিভিন্ন শাস্তিৰে দণ্ডিত কৰি আল্লাহে সিহঁতৰ পৰীক্ষা লয়। info