ការបកប្រែអត្ថន័យគួរអាន - ការបកប្រែជាភាសា Assamese លើការអធិប្បាយសង្ខេបអំពីគម្ពីគួរអាន

external-link copy
98 : 23

وَاَعُوْذُ بِكَ رَبِّ اَنْ یَّحْضُرُوْنِ ۟

তথা হে মোৰ প্ৰতিপালক! মই তোমাৰ আশ্ৰয় প্ৰাৰ্থনা কৰোঁ, সি যেন মোৰ কোনো কামৰ সময়তে মোৰ ওচৰত উপস্থিত নাথাকে। info
التفاسير:
ក្នុង​ចំណោម​អត្ថប្រយោជន៍​នៃអាយ៉ាត់ទាំងនេះក្នុងទំព័រនេះ:
• الاستدلال باستقرار نظام الكون على وحدانية الله.
বিশ্বজগতৰ শৃঙ্খলাবদ্ধ পৰিচালনাই আল্লাহৰ একত্ব প্ৰমাণ কৰে (অৰ্থাৎ তেওঁ একক, অদ্বিতীয়)। info

• إحاطة علم الله بكل شيء.
আল্লাহৰ জ্ঞানে সকলো বস্তুকে পৰিবেষ্টন কৰি আছে। info

• معاملة المسيء بالإحسان أدب إسلامي رفيع له تأثيره البالغ في الخصم.
দুৰ্ব্যৱহাৰকাৰী ব্যক্তিৰ লগত ভাল ব্যৱহাৰ কৰাটো হৈছে ইছলামৰ সুউচ্চ শিষ্টাচাৰৰ এটা অংশ, সন্মুখৰ ব্যক্তিৰ ওপৰত এনেকুৱা ব্যৱহাৰে ভাল প্ৰভাৱ পেলায়। info

• ضرورة الاستعاذة بالله من وساوس الشيطان وإغراءاته.
চয়তানৰ কুমন্ত্ৰণা আৰু প্ৰৰোচনাৰ পৰা ৰক্ষা পাবলৈ আল্লাহৰ আশ্ৰয় প্ৰাৰ্থনা কৰা অত্যান্ত প্ৰয়োজন। info