ការបកប្រែអត្ថន័យគួរអាន - ការបកប្រែជាភាសា Assamese លើការអធិប្បាយសង្ខេបអំពីគម្ពីគួរអាន

external-link copy
77 : 23

حَتّٰۤی اِذَا فَتَحْنَا عَلَیْهِمْ بَابًا ذَا عَذَابٍ شَدِیْدٍ اِذَا هُمْ فِیْهِ مُبْلِسُوْنَ ۟۠

অৱশেষত আমি যেতিয়া সিহঁতৰ বাবে কঠিন শাস্তিৰ দুৱাৰ উন্মুক্ত কৰি দিম, তেতিয়া সিহঁতে সকলো কল্যাণ আৰু সহায়-সহযোগিতাৰ পৰা নিৰাশ হৈ পৰিব। info
التفاسير:
ក្នុង​ចំណោម​អត្ថប្រយោជន៍​នៃអាយ៉ាត់ទាំងនេះក្នុងទំព័រនេះ:
• عدم اعتبار الكفار بالنعم أو النقم التي تقع عليهم دليل على فساد فطرهم.
কাফিৰসকলে নিয়ামত আৰু শাস্তিৰ পৰা শিক্ষা নোলোৱাৰ বিষয়টোৱে প্ৰমাণ কৰে যে, সিহঁতৰ স্বভাৱ বিকৃত হৈছে। info

• كفران النعم صفة من صفات الكفار.
নিয়ামতৰ কৃতজ্ঞতা নকৰাটো হৈছে কাফিৰসকলৰ বিশেষণ। info

• التمسك بالتقليد الأعمى يمنع من الوصول للحق.
অন্ধানুকৰণে সত্যত উপনীত হ'বলৈ বাধা হৈ থিয় দিয়ে। info

• الإقرار بالربوبية ما لم يصحبه إقرار بالألوهية لا ينجي صاحبه.
আল্লাহৰ প্ৰভুত্বক স্বীকাৰ কৰিলেই জাহান্নামৰ পৰা ৰক্ষা পোৱা সম্ভৱ নহয়, যেতিয়ালৈকে একমাত্ৰ আল্লাহক উপাস্য বুলি স্বীকাৰ নকৰিব। info