ការបកប្រែអត្ថន័យគួរអាន - ការបកប្រែជាភាសា Assamese លើការអធិប្បាយសង្ខេបអំពីគម្ពីគួរអាន

external-link copy
46 : 23

اِلٰی فِرْعَوْنَ وَمَلَاۡىِٕهٖ فَاسْتَكْبَرُوْا وَكَانُوْا قَوْمًا عَالِیْنَ ۟ۚ

আমি তেওঁলোক দুয়োকে ফিৰআউন আৰু তাৰ সম্প্ৰদায়ৰ গণ্যমান্য লোকসকলৰ ওচৰলৈ প্ৰেৰণ কৰিছিলোঁ। কিন্তু সিহঁতে অহংকাৰ কৰিছিল আৰু তেওঁলোক দুয়োজনৰ কথা মানিবলৈ অস্বীকাৰ কৰিছিল। সিহঁত দৰাচলতে মানুহৰ ওপৰত অন্যায়-অত্যাচাৰ কৰি নিজৰ প্ৰভাৱ বিস্তাৰ কৰা ব্যক্তি আছিল। info
التفاسير:
ក្នុង​ចំណោម​អត្ថប្រយោជន៍​នៃអាយ៉ាត់ទាំងនេះក្នុងទំព័រនេះ:
• الاستكبار مانع من التوفيق للحق.
অহংকাৰে সত্যক স্বীকাৰ কৰিবলৈ বাধা দিয়ে। info

• إطابة المأكل له أثر في صلاح القلب وصلاح العمل.
হালাল ভোজনৰ প্ৰভাৱে অন্তৰ সংশোধনত তথা আমলৰ বিশুদ্ধতাত মুখ্য ভুমিকা পালন কৰে। info

• التوحيد ملة جميع الأنبياء ودعوتهم.
তাওহীদেই হৈছে সকলো নবীৰ ধৰ্ম, আৰু ইয়াৰ পিনেই তেওঁলোকে আহ্বান কৰিছিল। info

• الإنعام على الفاجر ليس إكرامًا له، وإنما هو استدراج.
পাপিষ্ট লোকসকলক প্ৰদান কৰা নিয়ামতবোৰ সিহঁতক সন্মানাৰ্থে প্ৰদান কৰা নহয়, বৰং সিহঁতক অৱকাশ দিয়া হয় তথা সুযোগ প্ৰদান কৰা হয়। info