ការបកប្រែអត្ថន័យគួរអាន - ការបកប្រែជាភាសា Assamese លើការអធិប្បាយសង្ខេបអំពីគម្ពីគួរអាន

external-link copy
75 : 11

اِنَّ اِبْرٰهِیْمَ لَحَلِیْمٌ اَوَّاهٌ مُّنِیْبٌ ۟

নিশ্চয় ইব্ৰাহীম আছিল অতি সহনশীল, সেই কাৰণেই তেওঁ শাস্তি বিলম্ব কৰোৱাব বিচাৰিছিল। তেওঁ আছিল নিজ প্ৰতিপালকৰ প্ৰতি অত্যন্ত বিনয়ী। অধিক প্ৰাৰ্থনাকাৰী আৰু তেওঁৰ পিনে প্ৰত্যাৱৰ্তনকাৰী। info
التفاسير:
ក្នុង​ចំណោម​អត្ថប្រយោជន៍​នៃអាយ៉ាត់ទាំងនេះក្នុងទំព័រនេះ:
• بيان فضل ومنزلة خليل الله إبراهيم عليه السلام، وأهل بيته.
আল্লাহৰ মিত্ৰ ইব্ৰাহীম আলাইহিছ ছালাম আৰু তেওঁৰ পৰিয়ালৰ শ্ৰেষ্ঠতা আৰু উচ্চ মৰ্যাদাৰ বৰ্ণনা। info

• مشروعية الجدال عمن يُرجى له الإيمان قبل الرفع إلى الحاكم.
যদি ঈমান পোষণ কৰাৰ কোনো আশা থাকে তেন্তে তাৰ বিষয়টো পদাধিকাৰীৰ ওচৰত যোৱাৰ আগতে সেই বিষয়ে আলোচনা কৰা বৈধ। info

• بيان فظاعة وقبح عمل قوم لوط.
লূত সম্প্ৰদায়ৰ কুকৰ্ম আৰু জঘন্য অপৰাধৰ বৰ্ণনা। info