Terjemahan makna Alquran Alkarim - Terjemahan Al-Mukhtaṣar fī Tafsīr Al-Qur`ān Al-Karīm ke Bahasa Assam

external-link copy
24 : 84

فَبَشِّرْهُمْ بِعَذَابٍ اَلِیْمٍ ۟ۙ

হে ৰাছুল! আপুনি সিহঁতক সেই যন্ত্ৰণাদায়ক শাস্তিৰ সংবাদ দি দিয়ক যাৰ বাবে সিহঁতে অপেক্ষা কৰি আছে। info
التفاسير:
Beberapa Faedah Ayat-ayat di Halaman Ini:
• خضوع السماء والأرض لربهما.
আকাশ আৰু পৃথিৱী আল্লাহৰ আদেশৰ অনুগত। info

• كل إنسان ساعٍ إما لخير وإما لشرّ.
প্ৰত্যেক ব্যক্তিয়ে চেষ্টাৰত, তাৰ চেষ্টা ভালৰ বাবেই হওঁক বা বেয়াৰ বাবে। info

• علامة السعادة يوم القيامة أخذ الكتاب باليمين، وعلامة الشقاء أخذه بالشمال.
ক্বিয়ামতৰ দিনা সৌভাগ্যবান ব্যক্তিৰ পৰিচয় হৈছে আমল নামা তাৰ সোঁ হাতত দিয়া হব আৰু দূৰ্ভাগ্যবান ব্যক্তিৰ পৰিচয় হৈছে, আমল নামা তাৰ বাওঁ হাতত দিয়া হব। info