Terjemahan makna Alquran Alkarim - Terjemahan Al-Mukhtaṣar fī Tafsīr Al-Qur`ān Al-Karīm ke Bahasa Assam

external-link copy
7 : 80

وَمَا عَلَیْكَ اَلَّا یَزَّكّٰى ۟ؕ

যদি সি নিজ গুনাহৰ পৰা পৱিত্ৰ নহয় তেন্তে আপোনাৰ কি ক্ষতি হব? info
التفاسير:
Beberapa Faedah Ayat-ayat di Halaman Ini:
• عتاب الله نبيَّه في شأن عبد الله بن أم مكتوم دل على أن القرآن من عند الله.
আব্দুল্লাহ বিন উম্মে মাকতুমৰ ঘটনা সংক্ৰান্তত আল্লাহৰ তৰফৰ পৰা সতৰ্ক কৰাৰ পৰাই প্ৰমাণিত হয় যে, কুৰআন আল্লাহৰ তৰফৰ পৰা অৱতীৰ্ণ কৃত গ্ৰন্থ। info

• الاهتمام بطالب العلم والمُسْتَرْشِد.
জ্ঞান অৰ্জন কাৰী আৰু হিদায়ৎ বিচৰা ব্যক্তিৰ প্ৰতি বিশেষ গুৰুত্ব প্ৰদানৰ মহত্ব। info

• شدة أهوال يوم القيامة حيث لا ينشغل المرء إلا بنفسه، حتى الأنبياء يقولون: نفسي نفسي.
ক্বিয়ামতৰ দিনৰ ভয়াৱহ পৰিস্থিতিৰ চিত্ৰণ। যেতিয়া প্ৰত্যেক ব্যক্তিৰ কেৱল নিজৰ চিন্তাই আহিব। বৰঞ্চ নবীসকলেও কৈ থাকিবঃ মোৰ কি হব, মোৰ কি হব? info